ৰাষ্ট্ৰীয়

April 25, 2024 6:44 PM

views 24

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অভিযোগ

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে।...

April 25, 2024 5:48 PM

views 25

বিজেপিয়ে সবকা সাথ, সবকা বিকাশ মন্ত্ৰেৰে কাম কৰি আছে : প্রধানমন্ত্ৰী

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপিয়ে সবকা সাথ, সবকা বিকাশ মন্ত্ৰেৰে কাম কৰি আছে। মধ্য প্ৰদেশৰ ম'ৰেনাত পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত জনসভাত ভাষণ দি শ্রী মোদীয়ে কৈছে যে বিজেপিৰ বাবে দেশতকৈ আন কোনো ডাঙৰ নহয় ৷ জাতি আৰু ধৰ্ম নিৰ্বিশেষে দেশৰ কোটি কোটি দৰিদ্ৰক বিনামূল...

April 25, 2024 11:43 AM

views 24

বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাথৰাছ লোকসভা আসনৰ বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নিজৰ শোকবার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংসদগৰাকীৰ মৃত্যুক দলৰ বাবে বৃহৎ ক্ষতি হিচাপে অভিহিত কৰে।

April 25, 2024 11:35 AM

views 33

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেৰ নেতৃত্বত কাজাখস্তানৰ আস্তানালৈ ভাৰতীয় দল গমন

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেই ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ বাবে আজি কাজাখস্তানৰ আস্তানালৈ যাবলগীয়া ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব। এই বৈঠকত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আঞ্চলিক নিৰাপত্তাজনিতবিষয়সমূহৰ উপৰি প্ৰতিৰক্ষা সহযোগিতাৰ উদ্যমসমূহৰ পৰ্যা...

April 25, 2024 11:24 AM

views 3

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত ১৮গৰাকী মাওবাদীৰ আৰক্ষীৰ সন্মুখত অস্ত্ৰ সম্বৰণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত কালি এজন প্লাটুন কামাণ্ডাৰ আৰু ৩ গৰাকী মহিলাসহ ১৮ জন মাওবাদীয়ে আৰক্ষীৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰে। লোণ ৱৰটু অভিযানৰ অধীনত আৰক্ষী মহা পৰিদৰ্শক কমললোচন কাশ্যপ আৰু আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ৰ ওচৰত মাওবাদী কেইজনে অস্ত্র সম্বৰণ কৰে। আৰক্ষী অধীক্ষকে কৈছে যে, অস্ত্ৰ সম্বৰণ কৰা মা...

April 25, 2024 11:01 AM

views 35

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰা...

April 24, 2024 8:53 PM

views 19

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দল-নেতাৰ প্ৰচাৰৰ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৯টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দল...

April 24, 2024 8:49 PM

views 36

সমাজ পৰিৱৰ্তনৰ বাবে বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজনঃ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই কৈছে যে, এৰাতিৰ ভিতৰতে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰি আৰু ইয়াৰ বাবে গভীৰ বিবেচনা আৰু আইনী ভিত্তিৰ প্ৰয়োজন। দিল্লীত কংগ্ৰেছে আয়োজন কৰা সামাজিক ন্যায় সমাৱৰ্তনত ভাষণ প্ৰদান কৰি শ্ৰীখার্গেই লগতে কয় যে, কংগ্ৰেছৰ প্ৰখ্যাত নেতাসকলে দুয়োটাৰে নিশ্চিতি প্ৰদান কৰে...

April 24, 2024 8:47 PM

views 11

ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে আজি শুনানীৰ সময়ত ই ভি এমৰ কাম-কাজক লৈ নিৰ্ব...

April 24, 2024 8:27 PM

views 31

অৰুণাচল প্ৰদেশৰ ৪টা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ সম্পন্ন

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। পুৱা ৬ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ২ বজাত সামৰণি পৰে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰ-পত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।