ৰাষ্ট্ৰীয়

November 20, 2025 7:57 PM

views 28

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য প...

November 20, 2025 4:12 PM

views 20

ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে

■ ভাৰতে ২০২৪-২৫ বৰ্ষত ১ লাখ ৫৪ হাজাৰ কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানীও ২০১৪ চনৰ এহেজাৰ কোটি টকাৰ কমৰ পৰা ২৩ হাজাৰ ৬২২ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবেই প্ৰ...

November 20, 2025 4:07 PM

views 31

৩ দিনীয়া ভ্ৰমণসূচীৰে চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় ক...

November 20, 2025 4:00 PM

views 34

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ...

November 20, 2025 3:54 PM

views 38

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্...

November 20, 2025 12:58 PM

views 20

বিনিয়োগকাৰী সকলক সাৱধান হৈ থকাৰ লগতে পঞ্জীয়ন নকৰা অনলাইন বন্ড প্লেটফর্মত লেনদেন কৰিবলৈ আহ্বান ছেবিৰ

ভাৰতীয় সুৰক্ষা আৰু বিনিয়ম বোর্ড- ছেবিয়ে বিনিয়োগকাৰী সকলক সাৱধান হৈ থকাৰ লগতে পঞ্জীয়ন নকৰা অনলাইন বন্ড প্লেটফর্মত লেনদেন কৰিবলৈ আহ্বান জনাইছে। পঞ্জীয়নভুক্ত নোহোৱা প্লেটফর্মসমূহ পর্যবেক্ষণ তথা নিৰীক্ষণৰ আওতালৈ নাহে আৰু এই প্লেটফর্মসমূহত বিনিয়োগকাৰী সকলৰ সুৰক্ষা আৰু ওজৰ-আপত্তি আদি গ্রহণ কৰাৰো কোনো ব্যব...

November 20, 2025 12:50 PM

views 33

আজিৰে পৰা গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত

গোৱাত আজিৰে পৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত হ'ব। এইবাৰো এই মহোৎসবে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ ৫ খন ব্যতিক্রমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত ৮...

November 20, 2025 12:41 PM

views 30

G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ প্রধানমন্ত্রী জোহান্সবার্গলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে G-20 নেতাসকলৰ ২০ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গলৈ যাব। এইখন হ'ব গ্লোবেল ছাউথত একেৰাহে চতুৰ্থবাৰৰ বাবে আয়োজিত G-20 সম্মিলন। বৈদেশিক পৰিক্ৰমা ম্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে এই সন্মিলনত প্রধানমন্ত্...

November 20, 2025 12:40 PM

views 21

তিনিদিনীয়া ভ্রমণসূচীৰে আজি শ্রীমতী দ্রৌপদী মুর্মু চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্রীমতী মুর্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎস...

November 20, 2025 12:22 PM

views 30

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্রহণ

জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত শপত গ্রহণ অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শর্মা, এম চন্দ্ৰবা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।