May 1, 2024 8:32 PM
22
বিগত ১০ বছৰত দেশত মজুৰিৰ হাৰ বৃদ্ধি হোৱা নাই বুলি কংগ্ৰেছৰ অভিযোগ
কংগ্ৰেছে বিগত ১০ বছৰত দেশত মজুৰিৰ হাৰ বৃদ্ধি কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰম ব্যুৰ'ৰ তথ্যৰ উদ্ধৃতিৰে কয় যে, মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালত প্রকৃত মজুৰিৰ হাৰ হ্ৰাস পাইছে। তেওঁ কয় যে, মনমোহন সিং চৰকাৰৰ শাসনকাল...