ৰাষ্ট্ৰীয়

May 7, 2024 12:32 PM

views 32

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছ...

May 6, 2024 8:46 PM

views 20

২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত NTA ৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে ২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত কৰিছে। এন টি এয়ে এক বিবৃতিত কয় যে যিকোনো কাগজ ফাদিলৰ দিশলৈ আঙুলিয়াই দিয়া ছচিয়েল মিডিয়া পোষ্টবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ইয়াৰ কোনো ভিত্তি নায়। সংস্থাটোৱে কৈছে যে কালি ...

May 6, 2024 8:43 PM

views 27

লোকসভা নিৰ্বাচনক সংবিধান ৰক্ষাৰ বাবে হোৱা নিৰ্বাচন বুলি অভিহিত ৰাহুল গান্ধীৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰৰ লোকসভা নিৰ্বাচনক সংবিধান ৰক্ষাৰ বাবে হোৱা নিৰ্বাচন বুলি অভিহিত কৰিছে। আজি মধ্য প্ৰদেশৰ ৰতলাম লোকসভা সমষ্টিৰ জোবাটত এখন জনসভাক সম্বোধন কৰি তেওঁ লগতে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সংবিধানক নিশ্চিহ্ন কৰাৰ যো-জা চলাই থকাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ দল...

May 6, 2024 8:37 PM

views 26

কংগ্ৰেছ দলে ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে পিছপৰা শ্ৰেণীসমূহৰ স্বাৰ্থ বিঘ্নিত কৰি ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আজি বিহাৰৰ উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ চৰইৰঞ্জনৰ নৰঘোষিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভা...

May 6, 2024 8:30 PM

views 31

বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি দলে সদায়ে সু-শাসনত গুৰুত্ব আৰোপ কৰি আহিছে। আজি ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিশিত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ লগতে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দি কয় যে এই ...

May 6, 2024 8:24 PM

views 24

দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত জগদীপ ধনখড়ৰ অংশগ্ৰহণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষা সকলোৰে বাবেই অতিকৈ আৱশ্যকীয় যিহেতু ই প্ৰগতি, সমৃদ্ধি আৰু সৱলীকৰণৰ দুৱাৰ মুকলি কৰে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাক সম্বোধন কৰি শ্ৰীধনখড়ে লগতে কয় যে, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বৈষম্যসমূহ আঁতৰাই সমতা স্থাপন কৰ...

May 6, 2024 8:22 PM

views 32

দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ

দেশত কাইলৈ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্ৰাৰ্থী। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্য...

May 6, 2024 6:48 PM

views 21

লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ত ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা

অসমত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছ...

May 6, 2024 6:44 PM

views 19

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

ৰাজ্যত কাইলে লোকসভা নির্বাচনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যখনত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ ...

May 6, 2024 6:42 PM

views 36

তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ

ৰাজ্যত তৃতীয় পর্যায়ত হ'বলগীয়া নির্বাচনৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যবস্থা লৈছে। ভোটগ্রহণ হ'বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।