ৰাষ্ট্ৰীয়

May 7, 2024 8:23 PM

views 18

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনৰ অহা ১ জুনত হ'বলগীয়া সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হি...

May 7, 2024 7:59 PM

views 24

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি

নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২০ মে'লৈ বৃদ্ধি কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত আজি এই নির্দেশ দিয়ে। উল্লেখযোগ্য...

May 7, 2024 2:51 PM

views 31

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ বাহিনীটোৰ উপ আয়ুক্ত অমিত গোৱেলে প্ৰকাশ কৰা অনুসৰি আটাইকেইটা অভিযুক্ত দিল্লী আৰু ৰাজধানী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল। তেওঁ কয় যে...

May 7, 2024 2:49 PM

views 17

ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। বিৰোধী মৰ্চা আই এড ডি আইৰ নেতৃবৰ্গলৈ লিখা এখন পত্ৰত তেওঁ কয় যে নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত হাৰ প্ৰকাশ নকৰাটোৱে প্ৰকৃত তথ্যৰ ক্ষে...

May 7, 2024 2:44 PM

views 29

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণ...

May 7, 2024 2:42 PM

views 19

গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত

লোকসভা নিৰ্বাচনৰ লগতে আজি গুজৰাটৰ ৫টা কৰ্ণাটকৰ এটা আৰু পশ্চিমবংগৰ এটা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটত বিজাপুৰ, খামৱাত, মানাভাদাৰ, পোৰবন্দৰ আৰু ভাগডিয়া বিধানসভা সমষ্টিত ভোটগ্রহণ চলি আছে। আনহাতে, কৰ্ণাটকৰ চোড়াপুৰ আৰু পশ্চিমবংগৰ ভগৱানগোলা বিধানসভা সমষ্টিতো ভোটগ্রহণ চলি আছে।

May 7, 2024 12:52 PM

views 30

১১ মে’ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

♦ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচ...

May 7, 2024 12:46 PM

views 28

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আ...

May 7, 2024 12:40 PM

views 27

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰ...

May 7, 2024 12:27 PM

views 33

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।