May 8, 2024 11:41 AM
22
এছিয়ান অ’পেন পিকলবল প্রতিযোগিতাত ভাৰতত ৫ টা পদক অৰ্জন
ভিয়েটনামত অনুষ্ঠিত এছিয়ান অ'পেন পিকলবল প্রতিযোগিতাত ভাৰতে কালি তিনিটা সোণৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। মিক্সড ডাবলছৰ শিতানত শচীন পাহৱা আৰু প্ৰিয়ংকা চাব্ৰাই, ৰুবেন হেলবার্গ আৰু চিটলাদা হেমাছীক ১১-৯, ৫-১১, ১১-৯ ফলাফলত পৰাস্ত কৰি ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে। মহিলাৰ ডাবলচ অপেন শাখাত ইছা লখানী...