ৰাষ্ট্ৰীয়

November 21, 2025 9:22 PM

views 18

নতুন দিল্লীত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ দ্বাদশ প্রাক-বাজেট আলোচনা

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেট সন্দৰ্ভত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে দ্বাদশ প্রাক-বাজেট আলোচনাত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, ভাৰত চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা, বিত্ত মন্ত্ৰা...

November 21, 2025 9:21 PM

views 16

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত আজি অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত হয়। বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত পাইলটগৰাকীৰ প্রাণহানি হয়। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবে অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। বায়ু সেনাবাহিনীয়ে এই ঘটনাত প্ৰাণহা...

November 21, 2025 9:20 PM

views 20

ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ বৈঠক

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীবৈষ্ণৱে কয় যে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থাই দেশৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পসমূহক সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ অংশীদাৰ হৈছে। শ্রীবৈষ্ণৱে ল...

November 21, 2025 8:31 PM

views 21

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত কাইলৈ ৬৭সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই ভায়োলিন বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক...

November 21, 2025 8:05 PM

views 23

অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যত প্ৰথমখন টেষ্ট মেচ; বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েছনৰ ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ’বলগীয়া প্ৰথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি দুয়োটা দলৰ ...

November 21, 2025 11:01 AM

views 23

সমগ্ৰ দেশত জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি হ্ৰাস কৰাৰ পাছত ২২ ছেপ্তেম্বৰৰ পৰা জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ হৈছে। ইয়াৰ পৰা সমগ্ৰ দেশৰ জনসাধাৰণ উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে কৃষিখণ্ডৰ বাবেও সকাহ কঢ়িয়াই আনিছে। কৃষিৰ উৎপাদন ব্যয়, কৃষিকাৰ্যত ব্যৱহৃত আ...

November 21, 2025 10:56 AM

views 21

ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।আকাশবাণীৰ সংবাদাতাই জনাইছে যে, ছত্তিশগড়ৰ অম্বিকাপুৰৰ পি জি কলেজ খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় ইতিহাস আৰু তেওঁ...

November 21, 2025 10:52 AM

views 17

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবার্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত দ্বিপাক্ষিক ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু ২০১৮ তথা ২০২৩ চনত দেশখনত...

November 21, 2025 10:49 AM

views 21

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্য

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নির্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি...

November 20, 2025 8:00 PM

views 35

কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।