ৰাষ্ট্ৰীয়

April 3, 2024 1:51 PM April 3, 2024 1:51 PM

views 21

পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আপৰ

♦ আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। সেই অনুসাৰে ৰাজকুমাৰ চবেবৱালে হোচিয়াৰপুৰ আৰু মালৱিন্দ্ৰ সিং কাঙে আনন্দপুৰ চাহিব সমষ্টিৰপৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 3, 2024 1:43 PM April 3, 2024 1:43 PM

views 19

গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ কেন্দ্ৰৰ

♦ চৰকাৰে গ্ৰীষ্মকালত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ লৈছে। এই সন্দৰ্ভত শক্তি আৰু নতুন তথা নবীকৰণযোগ্য শক্তিমন্ত্ৰী আৰ. কে. সিঙে গ্রীষ্মকালত শূন্য বিদ্যুৎ কর্তন সুনিশ্চিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি কালি নতুন দিল্লীত এলানি বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে তাপবিদ্যুৎ প্রক...

April 3, 2024 1:37 PM April 3, 2024 1:37 PM

views 21

কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই আবেদনৰ উত্তৰ দাখিল বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই দিয়া আবেদনৰ উত্তৰ দাখিল কৰে। উত্তৰত সঞ্চালকালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ হিচাপে অভিহিত কৰি কয় যে তেওঁলোকে ক'লা ধন বৈধকৰণ ...

April 3, 2024 1:33 PM April 3, 2024 1:33 PM

views 61

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব প...

April 3, 2024 1:25 PM April 3, 2024 1:25 PM

views 29

দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰা আৰু অন্যান্যসকলৰ পৰা প্ৰায় ৯ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰিছে। বাজেয়াপ্ত কৰা সকলো স্থাৱৰ সম্পত্তি দিল্লীৰ। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত...

April 3, 2024 1:16 PM April 3, 2024 1:16 PM

views 50

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস...

April 2, 2024 8:38 PM April 2, 2024 8:38 PM

views 21

উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। নাইনিতাল উধমসিং নগৰ সংসদীয় সমষ্টিৰ ৰুদ্ৰপুৰত উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে আজি...

April 2, 2024 8:27 PM April 2, 2024 8:27 PM

views 27

লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ

◊ কংগ্ৰেছে আজি সমাগত লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰে। কাকিনাদা লোকসভাৰ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এম পল্লম ৰাজুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ৱাই এছ শর্মিলা ৰেড্ডীয়ে কদাপা আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব আৰু বাপটলা লোকসভা আসনৰ...

April 2, 2024 8:22 PM April 2, 2024 8:22 PM

views 14

সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়ঃ ৰাজনাথ সিঙ

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। তেওঁ কয় যে, দেশৰ সেনা বাহিনী সীমান্তত দৃঢ়তাৰে থিয় দি আছে। তেওঁ লগতে শান্তিপূর্ণ সমাধানৰ বাবে অব্যাহত থকা আলোচনা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ ক...

April 2, 2024 8:31 PM April 2, 2024 8:31 PM

views 29

বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্ন...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।