ৰাষ্ট্ৰীয়

May 10, 2024 5:59 PM

views 33

বেটুল লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্রহণ কেন্দ্ৰত শান্তিপূর্ণভাৱে পুনৰ ভোটগ্রহণ

মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্রহণ কেন্দ্ৰত আজি শান্তিপূর্ণভাৱে পুনৰ ভোটগ্রহণ অব্যাহত আছে। ৰাজাপুৰ, দুদৰ ৰায়ত, কুন্দ ৰায়ত আৰু চিখলিমাল কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। মধ্য প্ৰদেশৰ মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে জনোৱা অনুসৰি সপুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু বিয়লি ৬ বজাত সামৰ...

May 10, 2024 5:53 PM

views 16

বিজেপি মূল্যবৃদ্ধি ৰোধত বিফল হোৱা বুলি আম আদমী পাৰ্টীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে আজি বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে বৰ্তমানৰ চৰকাৰৰ শাসন কালত দেশত ভোকাতুৰ লোকৰ মাত্ৰা ভয়ংকভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। তেওঁ লগতে গ্ৰামীণ আৰু নগৰীয়া দুয়োটা এলেকাতে খৰচৰ তু...

May 10, 2024 5:44 PM

views 17

ধৰ্মৰ ভিত্তিত সংৰক্ষণেৰে কংগ্ৰেছে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰীৰ অভিযোগ

কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযোগ উত্থাপন কৰিছে। এটা ব্যক্তিগত বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত শ্রীমোডীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰিব বুলি কেতিয়াও উল্লেখ কৰা নাই। বাক স্বাধীনতা সংশোধন কৰি কংগ্...

May 10, 2024 12:12 PM

views 15

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুর্মুৱে প্রখ্যাত শিল্পী ড° বৈজয়ন্তীমালা বালী আৰু টেলেগু চলচ্চিত্র অভিনেতা ক'নিদেলা চিৰঞ্জীৱিক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। আনহাতে এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধী...

May 10, 2024 12:10 PM

views 19

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি তেলেংগানাৰ ভোনগিৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায...

May 10, 2024 12:08 PM

views 22

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি, ২৫ মে’ত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে কালি প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি পৰে। এই পৰ্যায়ত অহা ২৫ মেত ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত দিল্লীৰ ৭খন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮খনকৈ, ওড়িশাৰ ৬খন, ঝাড়খ...

May 10, 2024 12:06 PM

views 21

বিজেপিয়ে সমৃদ্ধিশালী, জ্ঞান-বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰেঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী শ্রীসিঙে কয় যে, কথা আৰু কামৰ মাজৰ প্...

May 10, 2024 12:04 PM

views 24

পৰীক্ষাগাৰত উন্নত air-breathing ইঞ্জিনৰ বাবে তৰলীকৃত ৰেমজেট ইন্ধন বিকশাই তোলাত সফলতা লাভ DRDOৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ই পৰীক্ষাগাৰত উন্নত air-breathing ইঞ্জিনৰ বাবে তৰলীকৃত ৰেমজেট ইন্ধন বিকশাই তোলাত সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰত কালি এই ইন্ধনৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়।

May 10, 2024 12:02 PM

views 13

তেহৰানে ১৩ এপ্ৰিলত জব্দ কৰা ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনৰ ৫ ভাৰতীয় নাৱিকক মুকলি

তেহৰানে জব্দ কৰা আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনত থকা ৫ গৰাকী ভাৰতীয় নাৱিকক কালি মোকলাই দিয়া হয়। এয়া ভাৰতৰ বাবে বিশেষ কূটনৈতিক সাফল্যৰূপে পৰিগণিত হৈছে। ভাৰতীয় দূতাবাসে নাৱিক কেইগৰাকীৰ তথ্য প্ৰকাশ কৰি বন্দৰ আববাছত থকা ভাৰতীয় দূতাৱাস আৰু বাণিজ্যিক দূতাৱাসৰ সৈতে ঘনিষ্ঠ সমন্বয় বৰ্তাই ৰখাৰ বা...

May 10, 2024 11:59 AM

views 18

নতুন দিল্লীত বার্ষিক ব্ৰিটেইন-ভাৰত কৌশলগত আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাদ্বয় টিম বেৰ’ আৰু অজিত ডোভালৰ বৈঠক

ভাৰত ভ্ৰমণলৈ অহা ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ই কালি দ্বিপাক্ষিক সম্পর্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা ব্ৰিটেইনৰ উচ্চায়ুক্তই সামাজিক মাধ্যম এক্সত প্রকাশ কৰা অনুসৰি সাক্ষাৎকালত উভয় দেশৰ স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।