April 4, 2024 6:49 PM April 4, 2024 6:49 PM
10
ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ
♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ ...