May 13, 2024 8:24 PM
25
হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা অনুৰাগ সিং ঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ সিং ঠাকুৰে আজি হিমাচল প্ৰদেশৰ হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফেছৰ প্ৰেম কুমাৰ ধুমল উপস্থিত থাকে। শ্রীঠাকুৰে হামিৰপুৰ সংসদীয় সম...