ৰাষ্ট্ৰীয়

May 15, 2024 11:24 AM

views 27

নতুন দিল্লীত আজি দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা

দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতাখন আজি নতুন দিল্লীত আৰম্ভ হ'ব। দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৪ত ৩০খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯ শতাধিকতকৈও অধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে চাৰিশৰো অধিক উদ্য...

May 15, 2024 11:21 AM

views 10

নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সংসদ ভৱনত কালি ভাগৱত গীতা সন্দৰ্ভত ড০ সুভাষ কাশ্যপৰ ব্যাখ্যাত্মক ধাৰা বিৱৰণী উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পৱিত্র গ্রন্থ গীতাই আধ্যাত্মিকতা, ধার্মিকতা আৰু কৰ্তব্...

May 15, 2024 11:18 AM

views 23

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ কালি সামৰণি, শুকুৰবাৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টি সামৰি লোৱা হ'ব। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰী...

May 15, 2024 11:16 AM

views 4

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত, আজি মুম্বাইৰ ঘাটকোপাৰত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড...

May 14, 2024 8:47 PM

views 30

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭সংখ্যক সংস্কৰণ আৰম্ভ

ফ্ৰান্সত আজিৰে পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত সাতখনকৈ ভাৰতীয় বোলছবি প্রদর্শিত হ'ব। এই বোলছবিকেইখন হৈছে ALL WE IMAGINE AS LIGHT, SANTOSH, SUNFLOWERS WERE THE FIRST ONES TO KNOW, MANTHAN, SISTER MID NIGHT, RETREAT...

May 14, 2024 8:42 PM

views 25

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে আৰু কংগ্ৰেছ তথা বিজেপিৰহে কেইটামান অভিযোগ বিচাৰাধীন হৈ আছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্ৰয়োজনী...

May 14, 2024 8:34 PM

views 21

এল টি টি ইৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ আৰু ৫ বছৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এল টি টি ইৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবন্ধকতাৰ ম্যাদ আৰু ৫ বছৰ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰালয়ে এখন অধিসূচনাযোগে কৈছে যে, এল টি টি ইৰ কাৰ্যকলাপ এতিয়াও দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতালৈ ভাবুকিস্বৰূপ হৈ থকালৈ চাই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ মে’ত এল ...

May 14, 2024 8:33 PM

views 18

চৰকাৰী বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণক পৰামৰ্শ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আৰক্ষী, চিবিআই, মাদক দ্রব্য নিবাৰণী বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু অন্য আইন বলৱৎকাৰী সংস্থাৰ বিষয়াৰূপী প্ৰৱঞ্চকৰ পৰা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে একাংশ চাইবাৰ অপৰাধীয়ে চৰকাৰী বিষয়াৰ বেশত ভয়-ভাবুকি দেখুৱ...

May 14, 2024 8:31 PM

views 15

নতুন দিল্লীস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়ত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগাল, বিষয়াৰে মতবিনিময়

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগালে আজি নতুন দিল্লীত থকা আকাশবাণীৰ মুখ্য কাৰ্যালয় ভ্রমণ কৰাৰ লগতে বিষয়াসকলৰ সৈতে মতবিনিময় কৰে। আকাশবাণীৰ কাম-কাজ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰচাৰ ভাৰতীৰ বাতৰি সেৱা বিভাগ আৰু অভিযান্ত্ৰিক বিভাগৰ সৈতে তেওঁ বিস্তৃত আলোচনাত মিলিত হয়। বাতৰি সেৱা বিভাগৰ অনুষ্ঠানৰ মান...

May 14, 2024 8:29 PM

views 21

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পর্যায়ত ২০ মে’ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ২৫ মে’ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।