ৰাষ্ট্ৰীয়

November 22, 2025 12:28 PM

views 27

ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত কালি অনুষ্ঠিত ডুবাই এয়াৰ শ্ব'ত ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত হয়। ভাৰতীয় বায়ুসেনাৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যালৰ মৃত্যু হয়। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবে অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় বায়ুসেনাবাহিন...

November 22, 2025 12:11 PM

views 15

ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত কালি ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। ৰাষ্ট্ৰপতি নীলয়মে সংস্কৃতি মন্ত্ৰ্যালয়, বস্ত্ৰ মন্ত্ৰ্যালয় আৰু পৰ্যটন মন্ত্ৰ্যালয়ৰ সহযোগত এই ৯-দিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গ...

November 22, 2025 12:07 PM

views 39

নতুন শ্রম বিধি ৰূপায়ণৰ বাবে দেশৰ শ্ৰমিকলৈ অভিনন্দন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্ৰ দেশজুৰি নতুন শ্রম বিধি ৰূপায়ণৰ বাবে দেশৰ শ্ৰমিকসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্রী শ্বাহে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰস্তুত কৰা এই শ্রম বিধি, শ্রম আইনৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখযো...

November 22, 2025 12:02 PM

views 26

আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি বম্বে আৰু উচ্চ শিক্ষা বিভাগে আজিৰ পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫ৰ আয়োজন কৰিছে। এই বৃহৎ সমাৱেশত ২০ খন আই আই টি, ৬খন আই আই আই টি, আৰু ৮খন আই আই এমকে ধৰি ৮২খন উচ্চ শিক্ষানুষ্ঠানক একত্রিত কৰা হ'ব। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪১ গৰাক...

November 22, 2025 11:58 AM

views 22

জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে কালি দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনি আলবানেজৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা আৰু বিব...

November 22, 2025 11:52 AM

views 20

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা জি-২০ শীৰ্ষ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা হ'বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে এই শীৰ্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্ৰহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কাৰ্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষ...

November 21, 2025 9:27 PM

views 20

জোহানেছবাৰ্গত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য দক্ষিণ আফ্ৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য আজি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ। শ্রীমোদীয়ে শীর্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্রহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কার্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিক...

November 21, 2025 9:25 PM

views 27

ভাৰত-দক্ষিণ আফ্ৰিকাৰ গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছেঃ আই অ’ এল নিউজ

দক্ষিণ আফ্ৰিকাৰ আগশাৰীৰ ডিজিটেল মাধ্যম আই অ' এল নিউজে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ লগতে চলিত বৰ্ষৰ জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী অভিজ্ঞ ৰাষ্ট্ৰনেতাৰূপে নহয়, বৰঞ্চ সফল বিশ্বনেতা হিচাপেও বি...

November 21, 2025 9:24 PM

views 58

দেশত ৪খন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্...

November 21, 2025 9:23 PM

views 22

দেশত চাৰিখন নতুন শ্রম বিধি ৰূপায়ণৰ সিদ্ধান্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চাৰিখন শ্রম বিধি ৰূপায়ণৰ চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে এই বিধিকেইখনে সার্বজনীন সামাজিক নিৰাপত্তা সময়মতে ন্যূনতম মজুৰি প্ৰদান, সুৰক্ষিত কৰ্মস্থান, মহিলা আৰু যুৱক-যুৱতীকে ধৰি জনসাধাৰণৰ বাবে পাৰিতোষিকৰ সুবিধা প্ৰদানৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।