April 8, 2024 8:28 PM April 8, 2024 8:28 PM
10
মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ
কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অ...