ৰাষ্ট্ৰীয়

May 20, 2024 8:51 PM

views 24

অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আদালতত আবেদন বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আদালতত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ অহা ২ জুনত উকলিব। সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে...

May 20, 2024 6:49 PM

views 20

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ কেইবাটাও সমদলত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ত অংশগ্রহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্রহ...

May 20, 2024 6:43 PM

views 25

কংগ্ৰেছে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি দোষাৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি কংগ্ৰেছক দোষাৰোপ কৰিছে। দূৰদৰ্শনত দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে তেওঁ বি আৰ আম্বেদকাৰ আৰু সাংবিধানিক কমিটীৰ আন সদস্যসকলক লৈ এনে এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে সন্মান জনাইছে, যিখন...

May 20, 2024 6:42 PM

views 19

ইৰানৰ ৰাষ্ট্ৰপতি-বৈদেশিক মন্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ শোক প্ৰকাশ

ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ভাৰত-ইৰানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰ...

May 20, 2024 6:39 PM

views 16

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে বিদ্যালয়সমূহৰ অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ

অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। গাজিয়াবাদত ২৫ মে’লৈকে শ্ৰেণীসমূহ বন্ধ হোৱাৰ বিপৰীতে নয়দাত পৰৱৰ্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব। জিলাৰ শিক্ষা বিভাগে কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ড, T...

May 20, 2024 12:58 PM

views 25

সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা যেতিয়া মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় হৈছে সুশাসন। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, চৰকাৰে ৰে'ল ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে আন্তঃগাঁথনি সৃষ্টি কৰিছে। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক সুশাসনৰ মন্ত্ৰৰ ওপৰত জোৰ দিয়ে। প্রধানমন্ত্রী গৰাকীয়ে কয়...

May 20, 2024 12:57 PM

views 33

ওড়িশাত সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত

ওড়িশাত অহা ২৫ মে' আৰু পহিলা জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ...

May 20, 2024 12:55 PM

views 23

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি বিহাৰলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। আজি সন্ধিয়া শ্রীমোদী পাটনাত উপস্থিত হৈ দুটা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ পাছত তেওঁ পাটনাব ৰাজেন্দ্ৰ নগৰত জ্যেষ্ঠ বিজেপি নেতা প্রয়াত সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ...

May 20, 2024 12:26 PM

views 21

লোকসভা পৰৱতী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা পৰ্যায়সমূহৰ পৰিস্থিতি পর্যালোচনা কৰি বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাৰ কেইবাখনো নির...

May 20, 2024 1:16 PM

views 20

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। আজি ভোটগ্রহণ হোৱা সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩ টা, পশ্চিমবঙ্গৰ সাতটা, ওড়িশা আৰু বিহাৰৰ ৫ টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু-কাশ্মীৰ তথা লাডাখৰ এটাকৈ স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।