ৰাষ্ট্ৰীয়

May 23, 2024 6:51 PM

views 36

২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দুৰ্নীতি আৰু ২০১৯ চনত হিতাধিকাৰী মূল বিষয় হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ জ...

May 23, 2024 6:49 PM

views 2

মেক্সিকোত প্ৰচণ্ড বতাহৰ ফলত নির্বাচনী প্ৰচাৰ সভাৰ মঞ্চ ভাঙি এটি শিশুসহ ৯জনৰ মৃত্যু

মেক্সিকোত যোৱানিশা নির্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ প্রচণ্ড বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাটোত ৬০ জনতকৈও অধিক লোক আহত হয়। দেশখনৰ নুৱেৱ' লিয়ন প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাটোৰ সময়ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জর্জ আলভাৰেজ মেইনেজে ছেন পেড়ো গার্জা গার্ডিয়া মহানগৰীত অ...

May 23, 2024 12:35 PM

views 27

অনুশীলন চাইবাৰ সুৰক্ষা ২০২৪ শীৰ্ষক অনুষ্ঠানত জেনেৰেল অনিল চৌহানৰ অংশগ্ৰহণ

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে দেশৰ চাইবাৰ প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। জেনেৰেল চৌহানে কালি নতুন দিল্লীত আয়োজিত অনুশীলন চাইবাৰ সুৰক্ষা ২০২৪ শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মত প্ৰকাশ কৰে। অনুষ্ঠানত তেওঁ চাইবাৰ ক্ষেত্ৰৰ সৈতে জড়িত সকলো পক্ষৰ একত্ৰ...

May 23, 2024 12:15 PM

views 25

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় তেহৰাণত উপস্থিত

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিন আব্দুল্লাহিয়ানৰ স্মৃতিত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কালি তেহৰাণত উপস্থিত হয়। তেহৰাণত উপস্থিত হোৱাৰ পাছত ইৰাণ কৰ্তৃপক্ষই তেওঁ আদৰণি জনায় আৰু ইয়াৰ পাছতেই তেওঁ প্ৰয়াত ৰাষ্ট্ৰপতি ড০ ...

May 23, 2024 12:11 PM

views 27

দেশৰ বিভিন্ন প্ৰান্তত বুদ্ধ পূর্ণিমা পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুমুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহ...

May 22, 2024 8:40 PM

views 28

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে উত্তৰ ...

May 22, 2024 8:35 PM

views 29

দিল্লীৰ ৭খন লোকসভা আসনত বিজেপি জয়ী হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি দিল্লীৰ সাতখন লোকসভা আসনত বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীপুৰীয়ে কয় যে, দলটোৱে বিগত ১০ বছৰত নতুন দিল্লীত ৫৪ হাজাৰ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্প সম্পূৰ্ণ কৰিছে। আম আদমী ...

May 22, 2024 8:34 PM

views 17

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেলৈ নিৰ্বাচন আয়োগৰ পত্ৰ

নির্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেক দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নির্বাচনী আচৰণবিধি উলংঘা হ'বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুয়োগৰাকী নেতালৈ প্ৰেৰণ কৰা পত্ৰত আয়োগে কয় যে, কোনো দল নাইবা প্ৰাৰ্থীয়ে সা...

May 22, 2024 8:32 PM

views 15

তেহৰানত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ইৰানৰ কৰ্তৃপক্ষৰ আদৰণি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক আজি তেহৰানত উপস্থিত হোৱাৰ পাছত ইৰানৰ কৰ্তৃপক্ষই আদৰণি জনায়। শ্রীধনখড়ে অলপতে মৃত্যু হোৱা ইৰানৰ ৰাষ্ট্ৰপতি চৈয়দ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী ড০ হোছেইন আমীৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে চৰকাৰীভাৱে আয়োজিত এটা অনুষ্ঠানত দেশক প্রতিনিধিত্ব কৰিব। উল্লেখ...

May 22, 2024 8:31 PM

views 12

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ ২,১০,৮৭৪ কোটি টকা হস্তান্তৰত অনুমোদন

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ ২ লাখ ১০ হাজাৰ ৮৭৪ কোটি টকা হস্তান্তৰত অনুমোদন জনাইছে। মুম্বাইত আজি অনুষ্ঠিত আৰ বি আইৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীৰ ৬০৮সংখ্যক বৈঠকত এই প্রস্তাৱত অনুমোদন জনোৱা হয়। আনুষ্ঠানিক বিজ্ঞপ্তি অনুসৰি, আৰ বি আইৰ গৱৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।