ৰাষ্ট্ৰীয়

May 24, 2024 8:36 PM

views 36

২৬ মে’ত ডী ডী কিষাণে নতুন ৰূপ আৰু শৈলীত খেতিয়কৰ মাজত আত্মপ্ৰকাশ কৰিব

ডী ডী কিষাণ কৃত্রিম বুদ্ধিমত্তাৰে চালিত পৰিৱেশকৰ জৰিয়তে অনুষ্ঠান পৰিৱেশন কৰা দেশৰ প্ৰথমটো চৰকাৰী টি ভি চেনেল ৰূপে পৰিগণিত হ'বলৈ ওলাইছে। কৃষি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি অহা ২৬ মে'ত ডী ডী কিষাণে এটা নতুন ৰূপ আৰু নতুন শৈলীত খেতিয়কসকলৰ মাজত আত্মপ্ৰকাশ কৰিব। এ আই কৃষ আৰু এ আই ভূমি নামৰ এই অনুষ্ঠান...

May 24, 2024 8:31 PM

views 36

বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম : কেন্দ্রীয় সাংস্কৃতিক সচিব

কেন্দ্রীয় সাংস্কৃতিক সচিব গোবিন্দ মোহনে বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত কালি চাৰিদিনীয়া সমাগম কলা মহোৎসৱ উদ্বোধন কৰি শ্ৰী মোহনে সমাজত কলা-সংস্কৃতিৰ ভূমিকা আৰু ইয়াৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও লগতে কয়। কলা আ...

May 24, 2024 8:26 PM

views 22

চলিত বৰ্ষৰ বৰ্তমানলৈকে ২৬২ লাখ মেট্রিক টন ঘেঁহু ক্ৰয়

দেশৰ বিভিন্ন অংশত ২০২৪-২৫ ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহু ক্ৰয়ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে। যোৱাবছৰৰ ২৬২.০২ লাখ মেট্রিকটনৰ তুলনাত চলিত বৰ্ষৰ বৰ্তমানলৈকে ২৬২ লাখ মেট্রিকটন ঘেঁহু ক্ৰয় কৰা হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্যৰ বাবদ খেতিয়কসকলক...

May 24, 2024 8:54 PM

views 27

বংগোপসাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণি বতাহজাক পৰহিলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দ...

May 24, 2024 2:43 PM

views 15

কাঁ চলচ্চিত্ৰ মহোৎসৱত FTII পুণেৰ ছাত্ৰৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰ, লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ

ফিল্মছ এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া, এফ টি আই আই পুনেৰ এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্রই ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত লা চিনে সন্মানৰ শীৰ্ষ বঁটা লাভ কৰিছে। এফ টি আই আইৰ ছাত্ৰ চিদানন্দ নায়কে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম হৈছে "sunflowers were the first ones to know"। লা চিনে শিতানত...

May 24, 2024 2:29 PM

views 18

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটৰ পাছিং আউট পেৰেডৰ আয়োজন

মহাৰাষ্ট্ৰৰ পুণেৰ খাড়কৱাছালাত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটসকলৰ পাছিং আউট পেৰেডৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সেনাবাহিনীৰ মুৰব্বী, জেনেৰেল মনোজ পাণ্ডে উপস্হিত থাকে। উল্লেখযোগ্য যে কালি হাবিবুল্লাহ ভৱনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠিত...

May 24, 2024 12:15 PM

views 18

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কাইলৈ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা...

May 24, 2024 12:12 PM

views 23

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে ভোটদাতাসকলৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহৰ আজি বিভিন্ন স্থান প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ কুশিনগৰ, বালিয়া আৰু সোণভদ্...

May 24, 2024 12:10 PM

views 24

বিশ্বৰ দেশসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে পূৰ্বে দেশৰ নেতাসকলে বিদেশী ৰাষ্ট্ৰৰ সৈতে সমান দূৰত্ব বজাই ৰখাত বিশ্বাস কৰিছিল, কিন্তু তেওঁ বিশ্বৰ দেশসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালি এটা চেনেলে আয়োজন কৰা চালাম ইণ্ডিয়া শীর্ষক এটা কাৰ্যসূচীত ভাষণ দি শ্রী মোদীয়ে কয় যে, ...

May 24, 2024 12:08 PM

views 22

৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত চৰকাৰৰ

চৰকাৰে প্ৰায় ৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। এই নম্বৰসমূহ অবৈধ, অস্তিত্বহীন, ভুৱা পৰিচয়পত্ৰ আৰু নকল কে ৱাই চি নথি ব্যৱহাৰ কৰি লাভ কৰা বুলি সন্দেহ কৰা হৈছে। দূৰ সংযোগ বিভাগে চিনাক্ত কৰা এই নম্বৰসমূহৰ ততালিকে পুনৰ সত্যায়ন সম্পন্ন কৰিবলৈ দূৰ সংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।