October 10, 2025 3:35 PM October 10, 2025 3:35 PM
48
ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতোকৈ দ্রুত হাৰত অগ্রগতি লাভ কৰা অৰ্থনীতি: ৰাজনাথ সিং
● প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতবৰ্ষই সম্প্ৰতি গাঁথনিগত সংস্কাৰৰ দিশত, বিশেষকৈ নিৰ্মাণ খণ্ডত পৰিৱৰ্তনমূলক যাত্ৰাত অগ্ৰসৰ হৈছে। ছিডনীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা, উদ্যোগ আৰু বাণিজ্য বিষয়ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতো...