ৰাষ্ট্ৰীয়

May 26, 2024 1:27 PM

views 26

ৰেমল নামৰ ঘূৰ্ণিবতাহজাক আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ পূৱত প্ৰচণ্ড ঘুৰ্ণিবতাহলৈ ৰূপান্তিৰত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰ...

May 26, 2024 1:10 PM

views 23

গুজৰাটৰ ৰাজকোটত কালি হোৱা অগ্নিকাণ্ডত ৯ টি শিশুসহ ২৬ জন লোকৰ প্রাণহানি

গুজৰাটৰ ৰাজকোট চহৰৰ নানা মাভা পথত অৱস্থিত টি আৰ পি গেম জ'নত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৬ জন লোকে প্রাণ হেৰুৱাইছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৯টি শিশুও আছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলিত অগ্নিনির্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নির্বাপনৰ চেষ্টা চলায়। জানিব পৰা মতে টি আৰ পি গেমজ...

May 26, 2024 1:06 PM

views 20

“All We Imagine as Light” নামৰ কথাছবিৰ বাবে গ্রাঁ প্লী বঁটা অৰ্জন পায়ল কাপাডিয়াৰ

চলচ্চিত্র নির্মাতা পায়ল কাপাডিয়াই কালি কাঁ চলচ্চিত্র মহোৎসৱত গ্রাঁ প্লী বঁটা অৰ্জন কৰি এই বঁটা লাভ কৰা দেশৰ প্ৰথমগৰাকী কথাছবি নির্মাতা ৰূপে ইতিহাস ৰচনা কৰে। তেওঁ "All We Imagine as Light" নামৰ কথাছবিখনৰ বাবে এই চলচ্চিত্র মহোৎসৱত দ্বিতীয় সবাতোকৈ সন্মানীয় পুৰস্কাৰ লাভ কৰে। "All We Imagine as Light" কা...

May 26, 2024 12:42 PM

views 31

নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। ...

May 26, 2024 12:30 PM

views 31

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পর্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে ...

May 26, 2024 12:29 PM

views 29

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬১.৭-৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কালি ৬খন ৰাজ্য আৰু দুটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৮-টা সমষ্টিত ৬১.৭-৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০টা, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু- কাশ্মীৰৰ এটা সমষ্টি সামৰি লোৱা...

May 25, 2024 8:36 PM

views 28

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্...

May 25, 2024 7:50 PM

views 41

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা আগবঢ়োৱা হৈছে। তেওঁ দা শ্বেইমলেছ ছবিত অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অনাসুয়াই বুলগেৰিয়াৰ চলচ্চিত্র নির্মাতা কনষ্টেণ্টিন বোজানোভ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰি...

May 25, 2024 6:14 PM

views 31

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অ...

May 25, 2024 5:32 PM

views 33

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।