April 23, 2024 6:04 PM April 23, 2024 6:04 PM
14
২৬ এপ্ৰিলত ১২খন ৰাজ্যৰ ৮৯টা সমষ্টি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
দেশৰ ১২ খন ৰাজ্যৰ ৮৯টা সমষ্টিত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত সামগ্রিকভাৱে এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ৰ উল্লেখযোগ্য প্রার্থীৰ ভিতৰত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেতা ভূপেশ বাঘেল, জনতা দল এছৰ নেতা তথা ...