ৰাষ্ট্ৰীয়

April 26, 2024 9:02 PM April 26, 2024 9:02 PM

views 12

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰীৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মুংগেৰ আৰু আৰাৰিয়াত দুখন নির্বাচনী সভাত সম্ব...

April 26, 2024 8:58 PM April 26, 2024 8:58 PM

views 16

ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি আৰু উন্নয়নৰ হকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণত গুৰুত্ব আৰোপ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেৰ

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেই ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি আৰু উন্নয়নৰ হকে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। কাজাখস্তানৰ আষ্টানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি আজি শ্ৰী আৰা...

April 26, 2024 8:56 PM April 26, 2024 8:56 PM

views 6

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত বিয়লি ৫ বজাপর্যন্ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হয়। আজি বিয়লি ৫ বজাপর্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৭৭ শতাংশৰো অধিক, মণিপুৰত ৭৬ শতা...

April 26, 2024 7:01 PM April 26, 2024 7:01 PM

views 20

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনৰ বাবে হৈছে ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনক সামৰি লোৱা হৈছে। আজি ভোটগ্রহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ ৫টাকৈ, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৬টা, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ তথা...

April 26, 2024 7:00 PM April 26, 2024 7:00 PM

views 15

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব৷ এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত...

April 26, 2024 6:58 PM April 26, 2024 6:58 PM

views 12

ভিভি পেট শ্লিপৰ সৈতে ইভিএমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ বাবে দাখিল কৰা কেইবাখনো আবেদন অগ্রাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি অগ্রাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্ত...

April 26, 2024 6:57 PM April 26, 2024 6:57 PM

views 3

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ ৫ হাজাৰ ৭২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। YSRCP-ৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে প...

April 26, 2024 12:32 PM April 26, 2024 12:32 PM

views 11

ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত এম এছ চি এৰিজৰ ১৬ গৰাকী সদস্য দেশলে উভতি আহিব বুলি বিদেশ মন্ত্র্যালয়ৰ প্ৰকাশ

বিদেশ মন্ত্র্যালয়ে কৈছে যে, ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ ১৬ গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলে উভতি আহিব। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চালক দলৰ সদস্যসকলৰ স্বাস্থ্য ঠিকে আছে আৰু তেও...

April 26, 2024 12:19 PM April 26, 2024 12:19 PM

views 14

২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছত একতা দে, ৰণবীৰ সিঙৰ স্বর্ণ পদক লাভ

ভাৰতীয় এথলীটসকলে ডুবাইত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছৰ কালি দ্বিতীয় দিনা পুৰুষ আৰু মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেছ শিতানত আধিপত্য বিস্তাৰ কৰে আৰু স্বর্ণ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি কৰে। দেশৰ হৈ একতা দেই মহিলাৰ ৩ হাজাৰ মিটাৰ পিলচেছত ১০ মিনিট ৩১. ৯-২ ছেকেণ্ডেৰে সোণৰ পদক অর্জন কৰাৰ বিপৰীতে পুৰুষৰ শ...

April 26, 2024 12:07 PM April 26, 2024 12:07 PM

views 19

আই পি এলত আজি কলকাতাত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে যোৱানিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতা...