ৰাষ্ট্ৰীয়

April 28, 2024 6:05 PM April 28, 2024 6:05 PM

views 11

কৰ্ণাটকৰ বেলগাৱিত নির্বাচনী সভাত অংশলৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা কৃষক তথা জনসাধাৰণ উপকৃত হোৱাৰ কথা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত জনতাক সম্বোধন কৰি তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপি চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে খেতিয়কসকলৰ বাবে কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলি কৰি ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আহি...

April 28, 2024 1:20 PM April 28, 2024 1:20 PM

views 21

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালত ৰে'লযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰে'ল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্...

April 28, 2024 12:37 PM April 28, 2024 12:37 PM

views 15

মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিতঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বছৱৰাজ বোম্মাই

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাড়াগ হাৱেৰী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বছৱৰাজ বোম্মাইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে, প্রধানমন্ত্ৰী মাৰাঠা শাসক ছত্রপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আহিছে। হাৱেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগ...

April 28, 2024 12:32 PM April 28, 2024 12:32 PM

views 9

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ ...

April 28, 2024 12:27 PM April 28, 2024 12:27 PM

views 6

বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছেঃ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ তপোৱন ময়দানত কালি এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে, বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। তেওঁ কয় যে, বিজেপি চৰকাৰে সদায় মহিলা আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ প্ৰদান কৰ...

April 27, 2024 7:25 PM April 27, 2024 7:25 PM

views 3

দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ প্ৰচাৰ অব্যাহত

তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখ...

April 27, 2024 6:57 PM April 27, 2024 6:57 PM

views 2

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক নির্বাচন আয়োগৰ সমালোচনা

নির্বাচন আয়োগে কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক ভাৰত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাওৰ বিৰুদ্ধে সত্যতা বিচাৰ নকৰাকৈ অভিযোগ অনাৰ বাবে সমালোচনা কৰিছে। আয়োগে এটা নিৰ্দেশত কৈছে যে এই সন্দৰ্ভত বি আৰ এছৰ মুখপাত্র কে প্রভাকৰৰ পৰা চলিত মাহৰ প্রথম ভাগত অভি...

April 27, 2024 6:46 PM April 27, 2024 6:46 PM

views 7

লোকসভা নিৰ্বাচনৰ বাকী ৫টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকী ৫ টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত ভাগ লোৱা পৰিলক্ষিত হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা...

April 27, 2024 11:29 AM April 27, 2024 11:29 AM

views 3

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাৰ কৃতিত্ব প্ৰদান কৰিছে। তেওঁ দেশৰ পৰিবৰ্তন আনিবলৈ সমর্থ হৈছে আৰু বিগত এটা দশকত উন্নয়নৰ ন ন পৰিকল্পনাই আগবাঢ়িছে। শ্রী নাড্ডাই কয় যে যি সময়ত ইউৰোপ, জাপান আৰু ৰাছিয়াৰ দ...

April 27, 2024 11:23 AM April 27, 2024 11:23 AM

views 3

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কালি প্ৰায় শান্তিপূর্ণভাৱে সম্পূৰ্ণ হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকে প্রচণ্ড গ্রীষ্ম প্রবাহকো নেওচি ভোটগ্রহণত অংশগ্ৰহণ কৰে। ১৩খন ৰাজ্যৰ ৮৮টা সমষ্টি সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় ৬৮ দশমিক ৪৮ শতাংশ ভোটদান হয়। মধ্য প্ৰদেশৰ বেটুল সংসদীয় স...