ৰাষ্ট্ৰীয়

April 29, 2024 6:34 PM April 29, 2024 6:34 PM

views 6

চত্তীশগড়ৰ বেমেতাৰাত পথ দুৰ্ঘটনা; ৮জন নিহত, ২১গৰাকী আহত

চত্তীশগড়ৰ বেমেতাৰা জিলাত সংঘটিত এটা পথ দুৰ্ঘটনাত ৮ গৰাকী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৩০ গৰাকী লোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত ঘৰলৈ উভতি অহা অৱস্থাত বাহনখনে কাঠিয়া গাঁৱৰ সমীপত আন এখন বাহনত খুন্দা মাৰে। পাঁচগৰাকী মহিলা আৰু তিনিটি শিশুকে ধৰি ৮ গৰাকী লোকৰ ঘট...

April 29, 2024 6:14 PM April 29, 2024 6:14 PM

views 6

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে ৭ মে’ত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে অহা ৭ মে’ত ভোটগ্রহণ কৰা হ'ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকী স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অর্হতা আছে।...

April 29, 2024 1:08 PM April 29, 2024 1:08 PM

views 21

আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলৰ মুঠ ৮ টা পদক লাভ

চাংহাইত অনুষ্ঠিত আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫ টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ ...

April 29, 2024 1:05 PM April 29, 2024 1:05 PM

views 14

মুম্বাইত কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছে কালি মুম্বাইৰ বোম্বে হাস্পতালত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ কৃত্রিম বুদ্ধিমত্তাৰ মধ্যকালিন বাৰ্ষিক সন্মিলন উদ্বোধন কৰে। নেচনেল একাডেমী অফ মেডিকেল ছায়েন্স আৰু বোম্বে হস্পিতেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। কৃত্রিম বুদ্ধিমত্তাক স্...

April 29, 2024 1:02 PM April 29, 2024 1:02 PM

views 19

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ ...

April 29, 2024 12:52 PM April 29, 2024 12:52 PM

views 12

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰ...

April 28, 2024 8:20 PM April 28, 2024 8:20 PM

views 22

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ'বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছ...

April 28, 2024 8:14 PM April 28, 2024 8:14 PM

views 22

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লো...

April 28, 2024 6:15 PM April 28, 2024 6:15 PM

views 11

পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ অভিযোগ

বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে, সন্দেশখালিত একাংশ দুস্কৃতিকাৰী প্ৰায়ে সমাজবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চ...

April 28, 2024 6:10 PM April 28, 2024 6:10 PM

views 12

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীৰ পদত্যাগ

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দ সিং লাভলীয়ে কয় যে, দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।