ৰাষ্ট্ৰীয়

June 1, 2024 1:11 PM

views 30

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্রম কৰিব বুলি অনুমান কৰা...

June 1, 2024 1:10 PM

views 37

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্...

June 1, 2024 1:03 PM

views 35

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুশাম্বীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নির্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইব...

June 1, 2024 10:34 AM

views 18

কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ মানি লৈছে সেয়া স্পষ্ট হৈ পৰিছে: জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, নির্বাচনোত্তৰ সমীক্ষাত অংশগ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছে লোৱা সিদ্ধান্তৰ পৰা দলটোৱে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ মানি লৈছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে সু প্ৰতিষ্ঠিত নির্বাচনী ...

June 1, 2024 12:18 PM

views 18

লোকসভা নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে চলি আছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এ...

May 31, 2024 8:28 PM

views 29

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৮.২ শতাংশলৈ বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ হৈছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনু...

May 31, 2024 8:18 PM

views 30

ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনেঃ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা

♦ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শ্ৰী চন্দ্ৰাই ভাৰতত ধঁপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগৰ ফলত বছৰি ১৩ লাখ লোক মৃত্যু মুখত পৰে বুলি প্ৰকাশ কৰে । ধঁপাত সেৱনৰ ...

May 31, 2024 8:13 PM

views 21

স্বামী বিবেকানন্দ স্মাৰক শিলাত প্ৰধানমন্ত্ৰী মোদীৰ ৪৫ ঘণ্টীয়া ধ্যানৰ দ্বিতীয় দিন

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি স্বামী বিবেকানন্দ স্মাৰক শিলাত ৪৫ ঘণ্টীয়া ধ্যানৰ দ্বিতীয় দিন। শ্রীমোদী কালি কন্যাকুমাৰীত উপস্থিত হয় আৰু ধ্যানত বহাৰ পূৰ্বে ভাগৱতী আম্মা মন্দিৰত সেৱা জনায়। শ্ৰীমোদীয়ে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ধ্যানত বহা পৰিলক্ষিত হৈছে। ১৮৯২ চনত স্বামী বিব...

May 31, 2024 8:12 PM

views 25

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭ টা সমষ্টিত কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্...

May 31, 2024 7:26 PM

views 17

১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে

অহা ১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব’ বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশ্বন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।