October 11, 2025 1:48 PM October 11, 2025 1:48 PM
8
সমাগত উৎসৱৰ বতৰত বিমানৰ ভাৰা ব্যয়সাধ্য কৰিবলৈ বিমান কোম্পানীসমূহলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৰ আহ্বান
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সমাগত উৎসৱৰ বতৰত বিভিন্ন খণ্ডত বিমানৰ ভাৰা ব্যয়সাধ্য কৰিবলৈ বিমান কোম্পানীসমূহৰ প্ৰতি আহ্বান জনাইছে। বিমান কোম্পানীসমূহেও যাত্ৰীসকলৰ সুবিধা তেওঁলোকৰ সৰ্বাধিক অগ্রাধিকাৰৰ বিষয় হ'ব বুলি আশ্বাস প্ৰদান কৰি কয়, যে এই সময়ছোৱাত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্...