ৰাষ্ট্ৰীয়

June 5, 2024 11:57 AM

views 32

ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা লাভ

বিজেপিয়ে ওড়িশাৰ ১৪৭ জনীয়া বিধানসভা নিৰ্বাচনত ৭৮খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। শাসনাধিষ্ঠিত বিজু জনতা দলে ৫১খন আসন লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ১৪ খন আৰু চি পি আই এমে এখন আসনত জয়ী হৈছে। নিৰ্দলীয় প্রার্থীয়ে ৩ খন আসন পাইছে।

June 5, 2024 11:50 AM

views 35

লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটৰ ২৯২খন আসন লাভ

লোকসভা নিৰ্বাচনৰ ৫৪৩খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসাৰে বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটে ২৯২খন আসন লাভ কৰিছে। আনহাতে, আই এন ডি আই মিত্রজোঁটে ২৩৩খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকল ১৮খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে ২৪০খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছ...

June 4, 2024 9:23 PM

views 22

নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী

কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ ক...

June 4, 2024 8:29 PM

views 35

দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ৩৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ৬২ খন আসনত আগবাঢ়ি আছে। ভো...

June 4, 2024 6:49 PM

views 31

বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে শাসনাধিস্থিত বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে। আনহাতে, আই এন ডি এ মিত্রজোঁটে ২৯ খনত জয়লাভ কৰাৰ বিপৰীতে ২০৬ খনত আগবাঢ়ি আছে। বিজেপিয়ে অকলে ৮৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১৫১ খনত অগ্রগতি লাভ কৰি আছে। কংগ্ৰেছে ইতিমধ্...

June 4, 2024 5:27 PM

views 17

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ইতিমধ্যে ৪খন আসনত জয়লাভ কৰাৰ উপৰি ৯৩ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। কৰ্ণাটকৰ...

June 4, 2024 4:44 PM

views 17

ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২ খন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে

♦ দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দুখন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ উপৰি ৯৮ খন আসনত আগবাঢ়ি আছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্...

June 4, 2024 11:39 AM

views 18

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২৩৭ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২৩৭ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৯৭ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজ...

June 4, 2024 11:19 AM

views 24

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২১৩ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২১৩ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজ...

June 3, 2024 5:54 PM

views 28

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।