May 6, 2024 8:37 PM May 6, 2024 8:37 PM
11
কংগ্ৰেছ দলে ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ অমিত শ্বাহৰ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলে পিছপৰা শ্ৰেণীসমূহৰ স্বাৰ্থ বিঘ্নিত কৰি ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আজি বিহাৰৰ উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ চৰইৰঞ্জনৰ নৰঘোষিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভা...