October 13, 2025 12:51 PM October 13, 2025 12:51 PM
12
এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প...