June 10, 2024 7:03 PM
19
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্ৰায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্...