ৰাষ্ট্ৰীয়

June 11, 2024 6:38 PM

views 12

ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছে। পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা পি এম এল (এন)-ৰ মুৰব্বী নৱাজ শ্বৰীফে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাবৰ বাবে সামাজিক মাধ্যমযোগে দিয...

June 11, 2024 6:36 PM

views 23

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে। যোৱা ৫ মে'ত অনুষ্ঠিত হোৱা নীট ইউ জি পৰীক্ষা বাতিল কৰিব বিচৰা আবেদন সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অর্থাৎ এন টি এৰ পৰা আদালতে উত্তৰ বিচাৰিছে। বিষয়টো সন্দৰ্ভত বাকী থকা আন এ...

June 11, 2024 6:35 PM

views 15

যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলনঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাষ চাপি অহাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্রীয়ে এইদৰে প্ৰকাশ কৰিছে। বিবিধ সংস্কৃতি আৰু ভৌগোলিক বিচিত্ৰতাৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য...

June 11, 2024 11:37 AM

views 18

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত

তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গ্ৰাম্য আৰু নগৰ অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০১৫-১৬ বৰ্ষৰ পৰা এই যোজনাৰ অধীনত ৪ কোটি ২১...

June 11, 2024 11:09 AM

views 20

জুনত কৰ হস্তান্তৰ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিৰো অধিক টকা মুকলি কেন্দ্ৰৰ

কেন্দ্ৰই জুনত কৰ হস্তান্তৰ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। বিত্ত মন্ত্ৰ্যালয়ে জনোৱা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব। উত্তৰ প্রদেশে সৰ্বাধিক ২৫ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। বিহাৰে ১৪ হাজাৰ ...

June 11, 2024 11:03 AM

views 21

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সতর্কতামূলক পৰামৰ্শাৱলী

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, চিবিএছইয়ে সতর্কমূলক পৰামৰ্শাৱলীৰ জৰিয়তে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পাঠ্যক্রম, অধ্যয়ন সামগ্ৰী আৰু আৰ্হি প্ৰশ্নকাকত সন্দৰ্ভত ভুল তথ্যত বিচলিত নহ'বলৈ শিক্ষার্থী আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। কিছু অনলাইন মঞ্চ তথা ৱেবছাইটে পুৰণি লিংক আৰু সত্যাসত্য নিৰূপণ নকৰা বাতৰিৰ...

June 11, 2024 10:59 AM

views 20

সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ : ড০ মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কৈছে যে, এখন সুস্থ গণতন্ত্ৰৰ বাবে শাসকীয় আৰু বিৰোধী দল সমানেই গুৰুত্বপূৰ্ণ। নাগপুৰৰ ৰেছিমভাগত অনুষ্ঠিত কাৰ্যকৰ্তা বিকাশ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ কালি তেওঁ ৰাজনীতি ঐক্য মতেৰে চলিব লাগে বুলি মন্তব্য কৰে। দেশৰ বৈচিত্ৰ্যত গুৰুত্ব আৰোপ কৰি ...

June 11, 2024 11:06 AM

views 15

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক দপ্তৰসমূহ প্ৰদান

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁলোকৰ দপ্তৰসমূহ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব অর্পণ কৰাৰ লগতে অমিত শ্বাহক গৃহ আৰু সমবায় মন্ত্ৰী, নির্মলা সীতাৰমনক বিত্ত মন্ত্ৰী আৰু ড০ এছ জয়শংকৰক বিদেশ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। নীতিন গাডকাৰীয...

June 10, 2024 8:16 PM

views 19

নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক ড° এছ জয়শংকৰৰ সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড° জয়শংকৰে তেওঁলোকৰ কথোপকথনত ভাৰত মৰিচাচৰ মাজত থকা বিশেষ সম্বন্ধ প্রতিফলিত হোৱা বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালৰ প্রধানমন্ত্রী পুষ্প কমল...

June 10, 2024 8:12 PM

views 39

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে চুবুৰীয়া প্ৰথম নীতিৰ অধীনত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশৰ মাজৰ অনন্য সম্পৰ্ক অধিক শক্তিশালী কৰাত দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।