June 12, 2024 5:53 PM
50
সামাজিক মাধ্যমত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃক্ষাসন যোগাৰ ভিডিঅ’ প্ৰচাৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত যোগ দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ সামাজিক মাধ্যমত বৃক্ষাসন যোগাৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। এই পোষ্টৰ জৰিয়তে তেওঁ বৃক্ষাসনৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা কৰে। শ্ৰীমোদীয়ে কয় যে, বৃক্ষাসন বা বৃক্ষ ভংগীৰ শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে আন ...