ৰাষ্ট্ৰীয়

November 25, 2025 10:23 PM

views 24

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত পৰিছে । চতুর্থ দিনটোত দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ২৬০ ৰান সংগ্ৰহ কৰি ভাৰতক ৫৪৯ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। বিপৰীতে ভাৰতে চতুর্থ দিনৰ অন্তত ১৫ অভাৰ ৫টা বল খেলি দুটা উইকেট হেৰুৱাই ২৭ ৰান সংগ্ৰহ কৰ...

November 25, 2025 10:21 PM

views 26

ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে’ল চলাচল সুৰক্ষিত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে'ল চলাচল সুৰক্ষিত কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ৰে'লৱে বোৰ্ডৰ নিৰ্দেশনা অনুসৰি ৰেলৱেই ইয়াৰ ইঞ্জিনসমূহ কুঁৱলীৰ সময়ত দৃশ্যমানতা অটুট ৰাখিব পৰা ব্যৱস্থাৰে সজ্জ্বিত কৰিছে। ইয়াৰ ফলত কুঁৱলীয়ে দৃশ্যমানতা হ্ৰাস কৰাৰ সময়তো বিশেষ সংকেত আৰ...

November 25, 2025 10:16 PM

views 19

আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন...

November 25, 2025 6:33 PM

views 18

ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। শ্ৰীৰামচন্দ্ৰ নিজেই মূল্যবোধৰ প্ৰতীক আছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্ৰকাশ কৰি প্ৰ...

November 25, 2025 6:26 PM

views 18

৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে অতুলনীয সাহস আৰু ত্যাগৰ বাবে নৱম শিখ গুৰু গৰাকীক প্ৰতি শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ লগতে কয়, যে বিশ্বাস আৰু মানৱতাৰ হকে গুৰু টেগ বাহাদুৰে কৰা ...

November 25, 2025 6:21 PM

views 36

দেশত কাইলৈ উদযাপন কৰা হ’ব সংবিধান দিৱস

দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হমাৰা সংবিধান-হমাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বি...

November 25, 2025 6:17 PM

views 14

গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি

গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৬ সংখ্যক সংস্কৰণত কালি দেহাৱসান ঘটা যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ প্ৰতি চলচ্চিত্র নির্মাতা, প্রযোজক,অভিনেতাঅভিনেত্রী, কলা-কুশলী আৰু আয়োজকসকলে গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে। প্ৰথিতযশা অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ ক...

November 25, 2025 1:07 PM

views 27

অহা দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ...

November 25, 2025 12:36 PM

views 19

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন

■ গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত কালি বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্রিয় শ্বোলে চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয়-ব...

November 24, 2025 9:03 PM

views 27

শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত ভাষণ দি তেওঁ কয় যে শ্রীমদ্ভাগৱত গীতাৰ নীতি-আদৰ্শই ভাৰতৰ প্ৰতিটো ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।