ৰাষ্ট্ৰীয়

January 19, 2026 7:59 PM

views 10

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ৬০ ...

January 19, 2026 7:57 PM

views 13

দিল্লীত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ ৮৮ সংখ্যক স্থায়ী কমিটীৰ বৈঠকত মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অংশগ্ৰহণ

পৰিবেশ, বন আৰু জলবায়ু বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ ৮৮ সংখ্যক স্থায়ী কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰে। এই কমিটীয়ে সংৰক্ষিত তথা দাঁতিকাষৰীয়া অঞ্চল, অভয়াৰণ্য, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু পৰিবেশৰ প্ৰতি সংবেদনশীল অঞ্চলৰ আশে-পাশে থকা এলেকাৰ বাবে প্ৰয়োজনীয় জ...

January 19, 2026 7:53 PM

views 16

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছেঃ ৰামদাস আঠাৱাল

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰা বুলি সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে প্ৰকাশ কৰে। আহমেদাবাদত জিলা বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিভিন্ন কেন্দ্ৰীয় কল্যাণমূলক আঁচন...

January 19, 2026 7:47 PM

views 13

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রী মোদীয়ে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয় বুলি উল্লেখ কৰি এন ডি আৰ এফৰ বিষয...

January 19, 2026 7:45 PM

views 15

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে

নতুন দিল্লীৰ কৰ্তব্যপথত এইবাৰ অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা, শ্রেষ্ঠ উদ্ভাৱক, ষ্টার্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন...

January 19, 2026 7:42 PM

views 16

কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে

কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে বুলি কেন্দ্ৰীয় বিত্ত বিভাগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজহাৱা খণ্ডৰ বেংকসমূহে নিৰ্দিষ্ট আৰ্হিত গ্ৰাহকৰ ক্রেডিট স্কৰৰ ভিত্তিত ডিজিটেল ব্যৱস্থাৰে আগবঢ়োৱা এই আবেদনসমূহত যোৱা বছৰৰ এপ্ৰিল...

January 19, 2026 7:26 PM

views 15

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। প্ৰতিখন ৰাজ্যৰ পৰিষদৰ সদস্যসকল দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নতু...

January 19, 2026 2:32 PM

views 10

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্য...

January 19, 2026 2:30 PM

views 14

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি ...

January 19, 2026 2:27 PM

views 18

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্রতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।