May 26, 2024 12:42 PM May 26, 2024 12:42 PM
19
নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ
নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। ...