ৰাষ্ট্ৰীয়

May 28, 2024 5:25 PM May 28, 2024 5:25 PM

views 15

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছে সংৰক্ষণৰ নামত ভোটবেংকৰ ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অভিযোগ তুলিছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে বিৰোধী দলটোৱে ভোটবেংকৰ ৰাজনীতিৰ বাবে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। শ্রী মোদীয়ে কয় যে তেওঁ অনু...

May 28, 2024 5:23 PM May 28, 2024 5:23 PM

views 13

ঘূৰ্ণী বতাহ ৰেমলৰ সৈতে মোকাবিলাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা

ভয়াৱহ ঘূৰ্ণী বতাহ ৰেমলৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহলৈ সহযোগিতা আগবঢ়াইছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ ২২ মে'ত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হৈছিল আৰু তাৰ পাছতেই পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰৱেশ কৰিছিল। প্ৰতিৰক্ষা...

May 28, 2024 4:33 PM May 28, 2024 4:33 PM

views 15

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকৰ মৃত্যু

পশ্চিমবংগত ৰেমল ঘূৰ্ণী বতাহজনিত ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ আৰু দক্ষিণ ছবিব্বশ পৰগনা জিলা, কলকাতা আৰু কাষৰীয়া অঞ্চলসমূহত বৰষুণ আৰু ধুমুহা বন্ধ হৈছে যদিও দক্ষিণ আৰু উত্তৰ ছবিব্বশ পৰগনা জিলাৰ উপকূলীয় এলেকাৰ অধিকাংশ পানীৰ তলত বুৰ গৈ আছে। পৰিস্থিতি উন্নত হোৱালৈ চাই জনসাধাৰণে চৰকাৰী আশ্ৰয় স...

May 28, 2024 4:27 PM May 28, 2024 4:27 PM

views 10

স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে কৈছে যে মাতৃভূমিৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ সাৱৰকাৰ সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

May 28, 2024 4:23 PM May 28, 2024 4:23 PM

views 8

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউগিনিত সংঘটিত হোৱা ভয়াৱহ ভূমি স্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী মোদীয়ে কৈছে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ভাৰতে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাইছে। ভাৰতে সম্ভৱ...

May 28, 2024 1:17 PM May 28, 2024 1:17 PM

views 16

জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

বতৰ বিজ্ঞান বিভাগে অহা ৩০ মে' পর্যন্ত পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত উৎকট গৰম তথা গ্ৰীষ্ম প্ৰবাহৰ সতর্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাৱ তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈ ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ পৰ্যন্ত হ...

May 28, 2024 1:15 PM May 28, 2024 1:15 PM

views 10

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে বুলি অপূর্ব চন্দ্ৰাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই কৈছে যে, ভাৰতৰ প্ৰধান প্ৰমূল্য আৰু বসুধৈৱ কুটুম্বকম অৱধাৰণা, বিশ্ব স্বাস্থ্য সভা- WHAৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে সকলো, সকলোৰে বাবে স্বাস্থ্যৰ অনুৰূপ। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ কমিটি-Aক সম্বোধন কৰি শ্ৰীচন্দ্ৰাই কয় যে, ভাৰতে ক’ভিড-১৯...

May 28, 2024 1:05 PM May 28, 2024 1:05 PM

views 9

অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ অৰবিন্দ কেজৰিৱালৰ

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকেজৰিৱালে কয় যে, চিকিৎসকে কিছু জটিল ৰোগৰ আশংকাত তেওঁক কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰো...

May 28, 2024 1:00 PM May 28, 2024 1:00 PM

views 13

দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী আজি কলকাতালৈ ৰাওনা

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কলকাতালৈ যাব। তাত তেওঁ বাৰাছাট, যাদৱপুৰ আৰু উত্তৰ কলকাতা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। প্রধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি বাৰাছাট সংসদীয় সমষ্টিত এখন জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছত তেওঁ যাদৱপুৰত আন এখন সভাত অংশগ্রহ...

May 28, 2024 12:59 PM May 28, 2024 12:59 PM

views 13

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নির্বাচনী সভা তথা ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপ...