May 29, 2024 6:25 PM May 29, 2024 6:25 PM
18
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ সাত দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে। অহা ২ জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব। উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১০ মে'ত ন্যায়াধীস সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন...