June 19, 2024 9:16 PM
25
দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা
দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎসাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ...