ৰাষ্ট্ৰীয়

June 21, 2024 1:04 PM

views 24

২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত চি বি আইৰ গোচৰ ৰুজু

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ১২০-খ আৰু ৪২০ ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে । চি ...

June 21, 2024 12:26 PM

views 36

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু- কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত অংশগ্রহণ কৰে। এই উপলক্ষে সমাজৰ বিভিন্ন শ্রেণীৰ সাত হেজাৰৰো অধিক লোকে শ্ৰীনগৰৰ ডাল হ্ৰদৰ পাৰত প্রধানমন্ত্ৰীৰ স...

June 20, 2024 8:36 PM

views 29

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট প্ৰস্তুতি সন্দৰ্ভত নির্মলা সীতাৰমণৰ বৈঠক

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি নতুন দিল্লীত বিত্তীয় আৰু মূলধনী বজাৰ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞসকলৰ সৈতে দ্বিতীয়লানি আৰু বিশিষ্ট উদ্যোগপতি তথা সংস্থাৰ সৈতে তৃতীয়লানি প্রাক-বাজেট আলোচনাত মিলিত হয়। ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে আয়োজিত এই বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ ...

June 20, 2024 8:33 PM

views 20

দিব্যাংগ শিশুসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মত বিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰতিষ্ঠান দীনদয়াল উপাধ্যায় National Institute for Persons with Physical Disabilities পৰিদৰ্শন কৰে। ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিব্যাংগ শিশুসকলৰ সৈতে মত বিনিময় কৰে আৰু শিশুসকলৰ সাংস্কৃতিক প্ৰদৰ্শন উপভোগ...

June 20, 2024 8:29 PM

views 28

দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত আছে বুলি চৰকাৰৰ প্ৰকাশ

চৰকাৰে কৈছে যে, দেশত পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু মজুত আছে। চৰকাৰে ঘেঁহুৰ মূল্যৰ ওপৰত নজৰ ৰাখি আছে আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে মূল্য সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে উপযুক্ত নীতিগত হস্তক্ষেপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰ্যালোচনাৰ বাবে আজি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বা...

June 20, 2024 8:27 PM

views 14

নীট পৰীক্ষাত অনিয়মক লৈ চৰকাৰক কৰা আক্ৰমণৰ বাবে ৰাহুল গান্ধীক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে নীট পৰীক্ষাত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ চৰকাৰক আক্ৰমণ কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সুধাংশু ত্রিবেদীয়ে কয় যে, শ্রী গান্ধীয়ে বিষয়টো লৈ ৰাজনীতি কৰিছে আৰু লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে তেওঁৰ কোনো সম্পর্ক ন...

June 20, 2024 8:23 PM

views 28

নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা গোচৰ স্থানান্তৰৰ আবেদনৰ শুনানি...

June 20, 2024 8:21 PM

views 23

দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত হৈছে। শ্ৰীমোদীয়ে কাইলৈ শ্ৰীনগৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাক সম্বোধন কৰিব। শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন চৌহদত আয়োজিত যোগাসনৰ এই কাৰ্যস...

June 20, 2024 7:41 PM

views 24

কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ১৪ বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰাত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্রদেশে ধন্যবাদ জ্ঞাপন কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই বিবৃতিযোগে কয় যে শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ দ্বাৰা কৃষকসকল উপকৃত হ'ব। তেওঁ লগতে কয় যে এই আ...

June 20, 2024 6:41 PM

views 30

তামিলনাডুত বিষাক্ত সুৰাপানৰ ফলত ৩৫ জন লোকৰ প্রাণহানি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ তামিলনাড়ু চৰকাৰৰ এককালীন সাহায্য ঘোষণা

তামিলনাডুৰ কল্লাকুৰিচিত কালি বিষাক্ত সুৰাপান কৰাৰ ফলত ৩৫ জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১০০ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোকসকলক পুড়ুচেৰীৰ কল্লাকুৰিচি, ছালেম আৰু জিপমেৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। কল্লাকুৰিচিৰ জিলাধিপতিক ইতিমধ্যে বদলি কৰাৰ উপৰি উপ আৰক্ষী অধীক্ষককে ধৰি আন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।