October 15, 2025 8:58 PM October 15, 2025 8:58 PM
8
আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা
আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, চি এফ টি এৰ সঞ্চালক, বিহাৰ আৰু পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু চি এফ টি এৰ সঞ্চালকে অংশগ্ৰহণ কৰে। ৰাজ্যত বিজ্ঞানৰ দ্ৰুত প্ৰসাৰৰ বাবে গৱেষণা আৰু উন্নয়নৰ সূচলতা ...