June 5, 2024 7:17 PM June 5, 2024 7:17 PM
14
ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা
ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET ৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰা ফলাফল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৩৭ হাজাৰ ৬৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩ হাজাৰ ৭৬৯ গৰাকীয়ে অসমীয়া ভাষাত পৰীক্ষা লিখিছিল। আনহাতে,...