ৰাষ্ট্ৰীয়

July 2, 2024 6:27 PM

views 22

দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সমৰ্থনেৰে লোকসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ শাসনাধিস্থ কৰোৱাইছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক...

July 2, 2024 12:56 PM

views 27

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয়ত কালিৰে পৰা এন এফ ডি চি চলচ্চিত্র মহোৎসৱ আৰম্ভ

মুম্বাইত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয়ত কালিৰে পৰা ইন্দোনেছিয়া আৰু ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম- এন এফ ডি চি চলচ্চিত্র মহোৎসৱ আৰম্ভ হৈছে। এয়া হ'ল মহোৎসৱৰ তৃতীয় সংস্কৰণ। এই ছদিনীয়া সংস্কৰণৰ অহা ৬ জুলাইত সামৰণি পৰিব। চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰত আৰু ইন্দোনেছিয়াৰ মাজত সাংস্কৃতিক বিনিময...

July 2, 2024 12:53 PM

views 27

UPSC-ৰ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগ- UPSC-এ চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফল ঘোষণা কৰিছে। যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে মূল পৰ্যায়ত বহাৰ পূৰ্বে DAF-1 প্ৰ- পত্ৰ পূৰণ কৰিব লাগিব বুলি আয়োগে প্ৰকাশ কৰিছে। এই প্ৰ-পত্ৰ পূৰণৰ বাবে তাৰিখ আৰু প্ৰয়োজনীয় নিৰ্দেশনা আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা...

July 2, 2024 12:52 PM

views 23

অমৰনাথ গুহা দৰ্শনৰ বাবে ৬,৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি ৰাওনা

জম্মুৰ ভাগৱতী নিবাস বেছ কেম্পৰ পৰা কাশ্মীৰৰ অমৰনাথ গুহা দৰ্শন কৰাৰ বাবে ৬ হাজাৰ ৫৩৭ গৰাকী তীর্থযাত্ৰীৰ পঞ্চমটো দল আজি পুৱতি নিশা ৰাওনা হৈছে। আজি যাত্ৰা আৰম্ভ কৰা পঞ্চমটো দলৰ সদস্যসকলৰ ভিতৰত এহেজাৰ ১০২ গৰাকী মহিলা আৰু ১৯ টি শিশু আছে। দলটো ২ হাজাৰ ১০৬ গৰাকী তীর্থযাত্ৰী পুৱতি নিশা ৩ বাজি ৫ মিনিটত বাল্ট...

July 2, 2024 12:50 PM

views 30

ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ তথা সঁহাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থা- এন টি এক শক্তিশালী কৰি তুলিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ পৰা পৰামৰ্শ তথা সঁহাৰি বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কৈছে যে, ডº কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত গঠন কৰি দিয়া এখন উচ্চস্তৰীয় কমিটিয়ে এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু ...

July 2, 2024 12:44 PM

views 21

সংসদৰ দুয়োখন সদন কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে দিয়া ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত

সংসদৰ দুয়োখন সদনে কালি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে দিয়া ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। এই আলোচনাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত ১০ বছৰত বিজেপি চৰকাৰে জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ...

July 1, 2024 9:07 PM

views 15

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে দুয়োখন সদনত আলোচনা

সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লোকসভাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত ১০ বছৰত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰ...

July 1, 2024 9:05 PM

views 21

চিকিৎসক দিৱস, চার্টার্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

আজি চিকিৎসক দিবস আৰু চার্টার্ড একাউণ্টেণ্ট দিবস। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে কয় যে, এই দিৱসত দেশৰ স্বাস্থ্যসেৱাৰ নায়কসকলৰ একাগ্ৰতা আৰু সহানুভূতিক সন্মান জনোৱা হয়। লগতে চিকিৎসকলে সকলো প্ৰত...

July 1, 2024 9:04 PM

views 15

তুৰ্কীৰ ইজমিৰৰ পশ্চিম প্ৰান্তত প্রাকৃতিক গেছ বিস্ফোৰণত বৰ্তমানলৈ ৫জন লোকৰ মৃত্যু

তুৰ্কীৰ ইজমিৰৰ পশ্চিম প্ৰান্তত প্রাকৃতিক গেছ বিস্ফোৰণৰ ফলত বৰ্তমানলৈ ৫জনৰ মৃত্যু হোৱাৰ লগতে কমেও ৬০জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত ১০জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। যোৱাকালিৰ দিনটোত টৰবালি জিলাৰ এটা অট্টালিকাৰ তলৰ মহলত বিস্ফোৰণ সংঘটিত হৈছিল।

July 1, 2024 8:57 PM

views 24

দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৌজন্যমূলক সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।