ৰাষ্ট্ৰীয়

June 10, 2024 6:04 PM June 10, 2024 6:04 PM

views 8

প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে জনোৱা শুভেচ্ছা বার্তাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বার্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডেয়েও কৈছে যে, দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱাধিকাৰ, বৈচিত্ৰতা ...

June 10, 2024 6:31 PM June 10, 2024 6:31 PM

views 12

জম্মু-কাশ্মীৰত তীর্থযাত্রীৰ বাছত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ তেৰিয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়। বাছখন শিৱ খ’ৰি পবিত্র গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়াছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শর্মাই ক...

June 10, 2024 5:44 PM June 10, 2024 5:44 PM

views 10

ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কেন্দ্ৰীয় পর্যবেক্ষক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ ...

June 10, 2024 5:40 PM June 10, 2024 5:40 PM

views 11

৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা

দেশৰ নিৰ্বাচন আয়োগে ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে। নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ...

June 10, 2024 12:04 PM June 10, 2024 12:04 PM

views 11

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ, নতুন মন্ত্ৰীসভাত ৭১গৰাকীক অন্তৰ্ভুক্ত

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপতবাক্য পাঠ কৰোৱায়। নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। কালি ৩০ গৰাকী কেবি...

June 10, 2024 12:03 PM June 10, 2024 12:03 PM

views 11

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতিৰ নৈশ ভোজৰ আয়োজন

ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি এটা নৈশ ভোজৰ আয়োজন কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফি...

June 10, 2024 12:01 PM June 10, 2024 12:01 PM

views 13

ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহ্বান জনায়। শ্রীমোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানৰ পাছত যোৱানিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত ...

June 10, 2024 11:59 AM June 10, 2024 11:59 AM

views 7

ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে আজি ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছ কে এম)ৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । গেংটকৰ পালিজোৰ ষ্টেডিয়ামত বিয়লি ৪ বজাত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, ...

June 10, 2024 11:58 AM June 10, 2024 11:58 AM

views 9

ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে ৰাজনাথ সিং-ভূপেন্দৰ যাদৱক নিযুক্তি বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যৱেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যৱেক্ষণ কৰাৰ দায...

June 10, 2024 11:51 AM June 10, 2024 11:51 AM

views 9

আজিৰে পৰা পঞ্চদশ কেৰালা বিধানসভাৰ একাদশ অধিৱেশন

পঞ্চদশ কেৰালা বিধানসভাৰ একাদশ অধিৱেশন আজি আৰম্ভ হ'ব। ২৮ দিনীয়া এই অধিৱেশনত বিগত ফেব্ৰুৱাৰী মাহত উত্থাপিত ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন বিষয়ৰ অনুমোদন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লক্ষ্য লোৱা হৈছে। এই উদ্দেশ্যে অধিৱেশনৰ ১৩ দিন বিশেষ আলোচনা কৰা হ'ব। আনহাতে, অধিৱেশনৰ ৫ দিনত ব্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।