ৰাষ্ট্ৰীয়

July 4, 2024 1:01 PM

views 25

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক কালি নতুন দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে, নেতাগৰাকীৰ বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎ‍সকসকলে আদবানীৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আছে। যোৱা সপ্তাহত জেষ্ঠ নেতাগৰাকীক বাৰ্ধক্যজনিত কাৰণত নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান ...

July 4, 2024 12:56 PM

views 19

২০২৪-২৫ ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত ২,৭৭৫ টকা ধাৰ্য

ভাৰতীয় খাদ্য নিগমে ২০২৪-২৫ ৰবি বিপণন বৰ্ষত ২৬৬ লাখ মেট্রিক টন ঘেঁহু ক্ৰয় কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, যোৱা বছৰ এই সময়ছোৱাত ২৬২ লাখ মেট্রিক টন ঘেঁহু ক্ৰয় কৰা হৈছিল। ক্ৰয় প্ৰক্ৰিয়াৰ পৰা ২২ লাখৰো অধিক খেতিয়ক উপকৃত হৈছে বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। মন্ত্ৰ্যালয়ে কৈছে যে,...

July 4, 2024 12:51 PM

views 21

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰালয়ে প্রকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮ দশমিক ৮-৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অ...

July 4, 2024 12:47 PM

views 26

অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ ভাৰতীয় সেনা বাহিনীৰ

ভাৰতীয় সেনা বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰ অজয় কুমাৰক চৰকাৰে প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ দিছে। সেনা বাহিনীয়ে কয় যে, অগ্নিবীৰ অজয়ৰ পৰিয়ালক ধনৰাশিৰ ৯৮ লাখ ৩৯ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে। সেনা বাহিনীয়ে লগতে কয় যে, অগ্নিবীৰ আঁচনি অনুসৰি প্ৰায় ৬৭ লাখ টকাৰ...

July 4, 2024 12:46 PM

views 17

স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি চৰকাৰৰ প্ৰকাশ

চৰকাৰে কৈছে যে, স্মার্ট চিটী মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন চহৰৰ ১ লাখ ৪৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ ৯০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে। স্মাৰ্ট সমাধানৰ জৰিয়তে আন্তঃগাঁথনি আৰু নিকা তথা বহনক্ষম বাতাবৰণৰ মাধ্যমেৰে নাগৰিকসকলক গুণগত জীৱন প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত এই...

July 4, 2024 12:44 PM

views 25

চৰকাৰৰ কেবিনেট কমিটীসমূহ গঠন

চৰকাৰে কেবিনেট কমিটীসমূহ গঠন কৰিছে। সেই অনুসাৰে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীত ১১ গৰাকী সদস্য থাকিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ অধ্যক্ষতা কৰিব। কমিটীত বাকী সকস্যসকলক ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমন, কৃষিমন্ত্রী শিৱৰাজ সি...

July 3, 2024 8:42 PM

views 29

হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল’বলৈ সাজু

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্য্যবাহী সভাপতি হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল'বলৈ সাজু হৈছে। আজি অনুষ্ঠিত আই এন ডি আই মিত্ৰজোটৰ জে জে এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত চোৰেণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী চম্পা চোৰেণৰ ৰাঁচীৰ ব...

July 3, 2024 8:37 PM

views 30

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি কৰে। ন্যায়ালয়ে এই একেটা গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছ'ডিয়া আৰু বি আৰ এছৰ বিধায়ক কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদো ২৫ জুলাইলৈ বৃদ্ধ...

July 3, 2024 8:32 PM

views 26

উত্তৰ প্ৰদেশত পদপিষ্ট ঘটনাৰ বলি হোৱা লোকক সাক্ষাৎ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি হাথৰছ চৰকাৰী চিকিৎসালয়ত পদপিষ্টৰ ঘটনাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে আৰু মুখ্য সচিব মনোজ কুমাৰ সিং আৰু মন্ত্ৰীসকলৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পদপিষ্ট হোৱা ঠায়ো পৰিদৰ্শন কৰে। কালি সংঘটিত এই ঘটনাত ১২১ জন লোকে প্ৰাণ হেৰুৱাইছে।...

July 3, 2024 8:07 PM

views 23

সংসদৰ অধিৱেশনৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ ৰাজ্যসভাৰ সভাপতিৰ অসন্তুষ্টি প্ৰকাশ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদৰ অধিৱেশনৰ সামৰণিৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অধিৱেশনৰ অন্তত দিয়া বিবৃতিত শ্রীধনখড়ে বিৰোধী পক্ষৰ নেতাগৰাকী সদনৰ মজিয়ালৈ উঠি যোৱা কাৰ্য্যক সংসদীয় আচৰণ আৰু গৰিমাৰ অপমান বুলি অভিহিত কৰে। সংসদক আলাপ-আলোচনা আৰু বিতৰ্কৰ মন্দিৰ বুলি আখ্যা দি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।