ৰাষ্ট্ৰীয়

June 13, 2024 12:05 PM June 13, 2024 12:05 PM

views 6

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক ২০২৩ বৰ্ষৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ৰ এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ হাৰ ৪ দশমিক ৬ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা এপ্ৰিলত খনন খণ্ডৰ বিকাশ হাৰ ২০২৩ চনৰ এপ্ৰিলৰ তুলনাত ৬ দশমিক ৭ শতাংশ অধিক আছিল। একেদৰে এই ...

June 13, 2024 12:03 PM June 13, 2024 12:03 PM

views 6

দক্ষিণ লেবাননত হিজবুল্লাহৰ জ্যেষ্ঠ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাৰ হত্যা নিশ্চিত কৰিছে ইজৰাইলৰ সেনাবাহিনীয়ে

ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ লেবাননত হিজবুল্লাহৰ এজন জ্যেষ্ঠ কমাণ্ডাৰক দুদিন পূৰ্বে হত্যা কৰাটো নিশ্চিত কৰিছে। এটা বিবৃতিত দেশখনৰ সামৰিক বাহিনীয়ে কয় যে আক্ৰমণত হিজবুল্লাহৰ নাছাৰ ইউনিটৰ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাক হত্যা কৰা হৈছে। তেওঁ দক্ষিণ লেবাননত হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ কমাণ্ডাৰ আছিল। লেবা...

June 13, 2024 12:00 PM June 13, 2024 12:00 PM

views 6

অহা ২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্রহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিৰ উপৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজি...

June 13, 2024 11:59 AM June 13, 2024 11:59 AM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত মুকলি কৰিব পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত বাৰাণসীত পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰিব। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্রায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকা বেংক একাউণ্টযোগে লাভ কৰিব। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱ...

June 12, 2024 8:23 PM June 12, 2024 8:23 PM

views 7

এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে, তেলেগু দেশম পাৰ্টী, জনসেনা আৰু বিজেপি চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ যুৱচামৰ আকাংক্ষা পূৰণৰ লগতে ৰাজ্যখনক গৌৰৱৰ নতুন শিখ...

June 12, 2024 8:21 PM June 12, 2024 8:21 PM

views 13

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য ...

June 12, 2024 8:13 PM June 12, 2024 8:13 PM

views 10

স্বামীহাৰা মহিলাৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বামীহাৰা মহিলাসকলৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগে এনে মহিলাসকলে কল্যাণমূলক আঁচনিসমূহৰ লাভালাভ সহজে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে। নিৰ্দেশনাত তেওঁলোকৰ বাবে...

June 12, 2024 8:04 PM June 12, 2024 8:04 PM

views 13

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী ইটালীলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হবলগীয়া জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ ইটালীলৈ বুলি ৰাওনা হব। বিদেশ সচিব বিনয় কোৱাট্টাই আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একে...

June 12, 2024 5:53 PM June 12, 2024 5:53 PM

views 15

সামাজিক মাধ্যমত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃক্ষাসন যোগাৰ ভিডিঅ’ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত যোগ দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ সামাজিক মাধ্যমত বৃক্ষাসন যোগাৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। এই পোষ্টৰ জৰিয়তে তেওঁ বৃক্ষাসনৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা কৰে। শ্ৰীমোদীয়ে কয় যে, বৃক্ষাসন বা বৃক্ষ ভংগীৰ শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে আন ...

June 12, 2024 5:46 PM June 12, 2024 5:46 PM

views 11

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ নির্মলা সীতাৰমনৰ

নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রীসভাৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্ব অর্পণ কৰা বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। একে সময়তে তেও...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।