June 15, 2024 2:26 PM June 15, 2024 2:26 PM
14
ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহযোগিতাৰেহে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰা যায়ঃ প্ৰধানমন্ত্ৰী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ল'বেল ছাউথ অৰ্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়...