ৰাষ্ট্ৰীয়

July 10, 2024 11:55 AM

views 28

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্...

July 9, 2024 8:33 PM

views 23

সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক শিক্ষামন্ত্ৰীৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এটা সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক আহ্বান জনাইছে। নতুন দিল্লীত আজি কেন্দ্রীয় শাসিত শিক্ষা আৰু সাক্ষৰতা বিভাগসমূহৰ পৰ্যালোচনা বৈঠক মুকলি কৰি শ্ৰীপ্রধানে অনাগত ৫ বছৰত বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ডৰ বিকাশ...

July 9, 2024 8:28 PM

views 20

এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, এন আই এছ ই আৰৰ শিক্ষাৰ্থীসকলক মানৱতা আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ শিক্ষা আৰু জ্ঞানৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ওড়িশাৰ ভূৱনেশ্বৰত আজি বিয়লি এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকা...

July 9, 2024 8:25 PM

views 16

মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে তেওঁক সংগ দিয়ে। দুয়োগৰাকী নেতাই প্ৰদৰ্শনী কেন্দ্ৰ ৰোস্তোম পেভিলিয়ন পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে অসামৰিক পাৰমানৱিক শক্তি ক্ষেত্ৰত ভাৰত ৰাছিয়াৰ মাজত সহযোগিতাৰ নামত উ...

July 9, 2024 7:36 PM

views 23

বিহাৰৰ বেগুচৰাইত হোৱা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত

বিহাৰৰ বেগুচৰাই জিলাৰ এফ চি আই আৰক্ষী থানাৰ অধীনৰ ৰতন চ’ক চহৰৰ সমীপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত হয় আৰু অন্য চাৰিজন আহত হয়। এখন মটৰ গাড়ীয়ে অট'ৰিক্সাত খুন্দা মৰাৰ ফলতে এই ঘটনাটো ঘটে। দুর্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অট'ৰিক্সাৰ যাত্ৰী আছিল ৷ দুৰ্ঘটন...

July 9, 2024 7:34 PM

views 18

কোম্পানীয়ে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে : মন্ত্ৰী হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে তেল বিপণন কোম্পানীসমূহে এল পি জি গ্ৰাহকৰ বাবে e-KYC আধাৰ প্ৰমাণীকৰণৰ কাম হাতত লৈছে যাতে ভুৱা গ্ৰাহকক আঁতৰাই পেলাব পাৰি, যাৰ নামত বাণিজ্যিক চিলিণ্ডাৰ প্ৰায়ে কিছুমান বিশেষ গেছ বিতৰকে বুকিং কৰে। শ্ৰী পুৰীয়ে কয়, এই প্ৰক্ৰিয...

July 9, 2024 7:23 PM

views 27

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী ড্ৰ’নলৈ সেনাৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি খণ্ডত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিলক্ষিত পাকিস্তানী ড্ৰ’নলৈ লক্ষ্য কৰি সেনাই গুলীচালনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি যোৱানিশা ভাৰতীয় ভূখণ্ডৰ ওপৰত কিছু সময়ৰ বাবে উৰি থকা ড্র’নখন পাকিস্তানলৈ উভতি গৈছিল। যোৱানিশা প্রায় ৯ বাজি ১৫ মিনিটত নিয়ন্ত্...

July 9, 2024 7:17 PM

views 16

জম্মু-কাশ্মীৰত সন্ত্রাসবাদীক কৰায়ত্তৰ বাবে সেনাবাহিনীৰ যুটীয়া অভিযান অব্যাহত

জম্মু-কাশ্মীৰত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত জড়িত সন্ত্রাসবাদীসকলক কৰায়ত্ত কৰাৰ বাবে যুটীয়া অভিযান অব্যাহত আছে। জম্মু-কাশ্মীৰত কালি কাঠুৱা জিলাৰ মাচেদি অঞ্চলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ পাছত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীকেইটাৰ সম্ভেদ উলিয়াবলৈ বৃহৎ যৌথ তালাচী অভিযান আৰম্ভ কৰিছে। আকাশবাণী জ...

July 9, 2024 7:12 PM

views 13

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সৈনিকৰ প্ৰতি গভীৰ শোক প্ৰকাশ ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰীৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সেনা বাহিনীৰ ওপৰত সংঘটিত আক্ৰমণত ৫ গৰাকী সৈনিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে সেনা বাহিনীৰ কনভয়ৰ ওপৰত সংঘটিত এই কাপুৰুষালিভৰা কাৰ্যক সকলোৱে গৰিহণা দিয়া উচিত আৰু এনে ঘটনাৰ বিৰ...

July 9, 2024 7:03 PM

views 31

মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি চৰকাৰে তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাছিয়াৰ মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি ভাৰত নিৰ্ধাৰণ কৰা যিকোন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।