ৰাষ্ট্ৰীয়

June 17, 2024 12:15 PM June 17, 2024 12:15 PM

views 2

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। অমৰনাথ তীর্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক পর্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক...

June 17, 2024 12:12 PM June 17, 2024 12:12 PM

views 9

অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। শ্রীঅমৰনাথজী শ্রাইন বোর্ডে ৫২ দিনৰ শ্ৰীঅমৰনাথ যাত্ৰাৰ বাবে বালতাল আৰু পেহেলগাম যাত্রাপথ দুয়োটাৰ বাবে এই সুবিধা আৰম্ভ কৰিছে। এখন বিজ্ঞপ্তিযোগে বোর্ডে কৈছে যে, অহা ২৯ জুনৰ পৰা অমৰনাথৰ বাৰ্ষিক তীর্থযাত্ৰা আৰম্ভ হ'ব আৰু...

June 17, 2024 12:04 PM June 17, 2024 12:04 PM

views 48

আকাশবাণী দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্য্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ...

June 17, 2024 11:54 AM June 17, 2024 11:54 AM

views 9

ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱা সমূহীয়া নামাজৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাব ভিন্ন প্রান্ততো ঈদ-উজ-জোহা উদয...

June 17, 2024 11:44 AM June 17, 2024 11:44 AM

views 12

ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সাক্ষাৎ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি নতুন দিল্লীত ৰাজ্যসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীৰিজিজুৱে কয় যে, এই সাক্ষাতৰ সময়ত শ্ৰী খাৰ্গেই নিজৰ জীৱনৰ বহুতো বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰে। তেওঁ কয় যে, তেওঁলো...

June 16, 2024 8:00 PM June 16, 2024 8:00 PM

views 14

কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক সন্মিলন

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ উদ্যোগত আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মুক্ত...

June 16, 2024 7:41 PM June 16, 2024 7:41 PM

views 13

ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণগতিত অব্যাহত

ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত বিশেষকৈ বানত সর্বাধিক ক্ষতিগ্রস্ত মংগন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত আছে। ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী পিঞ্চ' নামগয়াল লেপচাই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মংগন জিলাৰ নামনি ঝুছিং আৰু ৰালক অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ প্রায় ১০ হাজাৰ লোকক সাময...

June 16, 2024 7:38 PM June 16, 2024 7:38 PM

views 9

সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে আজি সংসদভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শ...

June 16, 2024 7:23 PM June 16, 2024 7:23 PM

views 8

যোগ দিৱসৰ পূৰ্বে প্রধানমন্ত্ৰীৰ পদ্মহস্তাসনৰ ভিডিঅ’ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আজি সামাজিক মাধ্যমযোগে পদ্মহস্তাসনৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উপকাৰৰ হেতু এই আসনৰ অনুশীলন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ভিডিঅ' ক্লিপটোত হিন্দী আৰু ইংৰাজী ভাষাত এই আসনৰ বিভিন্...

June 16, 2024 7:19 PM June 16, 2024 7:19 PM

views 18

৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব : মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনি লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-ব...