ৰাষ্ট্ৰীয়

July 12, 2024 8:19 PM

views 15

প্রধানমন্ত্ৰী মোদীক বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তিপূর্ণ, সমৃদ্ধিশালী, সুশৃংখলিত আৰু নিৰাপদ বিমস্টেক অঞ্চলৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰি আৰ্থ-সামাজিক বিকাশৰ চালিকা শক্তি হিচাপে বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যম বিমস্টেকৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। বিমষ্টেকৰ সদস্য ৰ...

July 12, 2024 7:20 PM

views 20

অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুৱাহাটীত উপস্থিত

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী ...

July 12, 2024 6:31 PM

views 19

দিব্যাংগৰ সক্ষমতা বৃদ্ধিত কাম কৰা সংস্থালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে আবেদন আমন্ত্ৰণ

দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্ৰক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰীতা বিভাগে দিব্যাংগসলকৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰি পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যে এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয় বুলি প্...

July 12, 2024 6:22 PM

views 12

আত্মহত্যা প্ৰতিৰোধৰ বাবে লোৱা পদক্ষেপৰ প্রতিবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ স্বাস্থ্য বিভাগলৈ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক চাৰি দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন...

July 12, 2024 6:10 PM

views 16

প্রাক্তন অগ্নিবীৰৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কেন্দ্রীয় বাহিনীৰ

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নিপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কে...

July 12, 2024 6:01 PM

views 16

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক চি বি আইৰ দ্বাৰা গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন...

July 12, 2024 9:47 AM

views 27

দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

■ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ৪ দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্...

July 12, 2024 9:44 AM

views 28

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদা...

July 12, 2024 9:41 AM

views 30

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন ...

July 12, 2024 9:32 AM

views 32

২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে: বিজেপি

■ বিজেপিয়ে কৈছে যে, ২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কর্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০০৪ আৰু ২০...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।