June 19, 2024 12:30 PM June 19, 2024 12:30 PM
10
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প
কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে যুটীয়াভাৱে দেশৰ ১২খন ৰাজ্যত গ্ৰহণ কৰা কৃষি সখী কাৰ্যসূচীৰ অধীনত এক কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিছে। কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক প্ৰাপ্য মর্যদা প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ দুয়োটা মন্ত্ৰ্যালয়ে বুজাবুজিৰ...