October 18, 2025 12:18 PM October 18, 2025 12:18 PM
22
সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয়, যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অট'মোবাইলৰ পৰা মোবাইল নির্মাণলৈকে দেশৰ বিভি...